November 21, 2020 ভূমিকম্পই জোকাৰি গ’ল মণিপুৰ Share FacebookTwitterWhatsAppTelegramKooEmail আজি পুৱাই ভয়ংকৰ ভূমিকম্পই জোকাৰি গ’ল মণিপুৰ। পুৱা ৬.৫৪ বজাত ভূমিকম্পৰ জোকাৰণি অনুভূত হয় মণিপুৰৰ সেনাপতিত । ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাৱল্য ২.৮ বুলি জানিব পৰা গৈছে। ভূমিকম্পৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণ জানিব পৰা হোৱা নাই। Author: দৈনন্দিন বাৰ্তা Related Articles Dhekiajuli News: ঢেকিয়াজুলীত লেখক-সাংবাদিক হৰেণ ভূমিজৰ প্ৰবন্ধ সংকলন ‘সমাজ ধৰ্ম আৰু ঐতিহ্যৰ অনুসন্ধান’ শীৰ্ষক গ্ৰন্থখন উন্মোচন দৈনন্দিন বাৰ্তা - December 6, 2025 ভাৰত আৰু ৰাছিয়াই সামুদ্ৰিক চুক্তি সম্পাদন কৰি নতুন বাণিজ্য পথসমূহক ত্বৰান্বিত । দৈনন্দিন বাৰ্তা - December 5, 2025 নগাঁও – বটদ্ৰৱা সমষ্টিৰ বিভিন্ন পঞ্চায়তত চাৰিদিনত ৫৩ টা পথৰ আধাৰশিলা স্থাপনৰ পদক্ষেপ বিধায়ক ৰূপক শর্মাৰ । Rupak Sarmah , MLA দৈনন্দিন বাৰ্তা - December 5, 2025