Breaking

ৰাজ্য়ত পুনৰ ভূমিকম্পৰ প্ৰৱল জোকাৰণি

0 2,048

আজি দুপৰিয়া প্ৰায় ১.১২ মিনিটত ৰাজ্য়ত ভূমিকম্পৰ প্ৰৱল জোকাৰণি অনুভূত হয়। ভূমিকম্পৰ প্ৰাৱল্য ৪.৪ আৰু অভিকেন্দ্ৰ এই পৰ্য্যন্ত জানিবলৈ পোৱা হোৱা নাই। ৰাজ্য়ৰ বিভিন্ন প্ৰান্তত ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। এতিয়ালৈকে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা নাই কোনো ক্ষয় ক্ষতিৰ বাতৰি। উল্লেখ্য যে আজি শনিবাৰে ৰাতিপুৱাও ৰাজ্য়ত ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছিল।

Leave A Reply