Breaking

পুৱা আফগানিস্তানত ৪.১ প্ৰাবল্যৰ ভূমিকম্প…

0 45

আফগানিস্তান ভূমিকম্পঃ আজি আফগানিস্তানৰ কাবুলত ৪.১ প্ৰাবল্যৰ ভূমিকম্প সৃষ্টি হয়। আজি পুৱা ৩:১৪ বজাত সংঘটিত হয় এই ভূমিকম্প। ৰাষ্ট্ৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি ভূমিকম্পৰ কেন্দ্ৰৰ গভীৰতা মাটিৰ পৰা ৭৩ কিলোমিটাৰ তলত বুলি কোৱা হৈছে। ভূমিকম্পৰ ফলত কোনো ধৰণৰ হতাহতিৰ তথ্য লাভ কৰা নাই।

শেহতীয়াকৈ আফগানিস্তানত প্ৰবল ভূমিকম্পৰ তীব্ৰতা ৬.৩ জুখিছিল। প্ৰায় ২৫০০ লোকৰ মৃত্যু হোৱা বুলি দাবী কৰা হৈছিল। এই ভূমিকম্পটো যোৱা মাহৰ অক্টোবৰ মাহৰত সংঘটিত হৈছিল। এই সময়ছোৱাত প্ৰায় ৯ হাজাৰ লোকো আহত হৈছিল।


Leave A Reply