Breaking

দক্ষিণ চীনত ৭.২ প্ৰাবল্যৰ ভূমিকম্প, দিল্লীতো অনুভূত হয় কম্পনৰ…

0 19

দক্ষিণ চীনত ৭.২ প্ৰাবল্যৰ ভূমিকম্প, দিল্লীতো অনুভূত হয় কম্পনৰ।

ৰাষ্ট্ৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰই টুইটাৰত প্ৰকাশ কৰা অনুসৰি চীনৰ দক্ষিণ জিনজিয়াং অঞ্চলত ৭.২ প্ৰাবল্যৰ ভূমিকম্প সৃষ্টি হয় নিসা ১১.২৯ বজাত।

ইয়াৰ পূৰ্বে শনিবাৰে আন্দামান আৰু নিকোবৰ দ্বীপক ৪.৪ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি যায়।

Leave A Reply