Breaking

সুস্বাস্থ্যৰ বাবে ৰাতিপুৱা এটাকৈ কণী খাওঁক…

0 69
  • কণী প্ৰকৃতিৰ শ্ৰেষ্ঠ পুষ্টিকাৰক খাদ্য।
  • কণী ভেজালহীন আৰু নিৰাপদ।

  • কণীত থকা প্ৰ’টিন(মাংসসাৰ) উচ্চ মানদণ্ডৰ।
  • আন খাদ্যতকৈ ইয়াৰ খাদ্যমূল্য বহুত বেছি(৯৬)।
  • কণীত ভিটামিন ‘এ’, ‘ডি’ আৰু ‘ই’ পৰ্যাপ্ত পৰিমাণে থাকে আৰু এইকেইবিধ ভিটামিন যথাক্ৰমে চকু, হাড় আৰু ছালৰ বাবে অতি দৰকাৰী।

  • কনীৰ কুহুমত থকা কেৰটিনয়ড নামৰ ৰঞ্জক পদাৰ্থই হৃদৰোগ হ্ৰাসত সহায় কৰে।
  • কণীৰ বগা অংশ এলবুমিনে বিভিন্ন প্ৰকাৰৰ বিষ, আলচাৰ আদি নিৰাময়ত সহায় কৰে।
  • কণীত থকা ফলেটে হৃদৰোগ তথা প্ৰজনন সংক্ৰান্তীয় বিকাৰ নোহোৱা কৰে।

  • কণীত থকা সাতটা এণ্টি অক্সিডেণ্টে অকাল-বাৰ্ধক্য, ধমনীৰ ৰোগ, অ’থেৰস্কেলৰ’চ্ছি ৰোগ নিৰ্মূল কৰে।
  • ভাৰতীয় পুষ্টি প্ৰতিষ্ঠানে ভাৰতীয় লোকৰ বাবে কণীৰ প্ৰয়োজনীয় মাত্ৰা ঠিক কৰিছে। সেইমতে এজন ভাৰতীয় মানুহে বছৰেকত কমেও ১৪০ টা কণী খাব লাগে।
Leave A Reply