Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
অৰ্থনীতি
অসম জাতীয় পৰিষদৰ প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ, ৮টা সমষ্টিত প্ৰাৰ্থী ঘোষণা
মৰিয়নিত ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে ৰাইজৰ দলৰ প্ৰাৰ্থী ড° জ্ঞানশ্ৰী বৰা
যোৰহাটত ১,৪৮,২৮০ জন ভোটাৰে নিৰ্ণয় কৰিব গৌৰৱ গগৈৰ ভাগ্য । কোন হ’ব বিজেপিৰ প্ৰাৰ্থী ? সৰৱ আলোচনা সমষ্টিত । Gaurav Gogoi
Kaziranga National Park: এমভি মহাবাহুৰে চতুৰ্থবাৰৰ বাবে পৰ্যটক হৈ অসমৰ কলিয়াবৰত উপস্থিত হোৱা ১০১ বছৰ গৰকা নিউজিলেণ্ডৰ আইতা নেন্সি ৰৱাৰ্টচে নাচিলে বিহু
অসম
দৈনন্দিন বাৰ্তা
-
November 6, 2024
ৰাজ্যলৈ এতিয়া দেশী-বিদেশী পৰ্যটকৰ সোঁত বৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান(Kaziranga National Park) পৰিদৰ্শন কৰিবলৈ ব্ৰক্ষ্মপুত্ৰৰ কুকুৰে জাহাজেৰে দ্বিতীয়টো পৰ্যটকৰ দল মঙ্গলবাৰে বিয়লি কলিয়াবৰৰ শিলঘাট জাহাজঘাটত উপস্থিত হয়। এই দলটোতে নিউজিলেণ্ডৰ ১০১ বছৰীয়া আইতাই লাখুটি লৈ আহিল অসমলৈ(Assam)।
Assam Accord: ১৯৮৫ চনত অসম চুক্তিৰ বাদে বিকল্প নাছিল
অসম
দৈনন্দিন বাৰ্তা
-
November 1, 2024
অসমৰ ছয় বছৰীয়া বিদেশী বিতাড়ণ আন্দোলনে(Assam Accord) বিশ্বত খলকনি তুলিছিল৷ যি আন্দোলনত অসমৰ সৰ্বস্তৰৰ মেহনতী জনতাই সমৰ্থন কৰি আন্দোলনত(Central Martyrs' Day) অংশ লৈছিল৷ সেই ঐতিহাসিক আন্দোলনক সমৰ্থন কৰি ৰাজ্যৰ কৰ্মচাৰী সমাজেও দেশতকৈ চাকৰি ডাঙৰ নহয় বুলি অসম আন্দোলনক পূৰ্ণ সহযোগ কৰিছিল৷ ফলত কৰ্মচাৰী সমাজৰ দিলীপ চক্ৰৱৰ্তীও শ্বহীদ হ’বলগীয়া হয়(Karmachari Parishad)৷
Nature Lovers of The City: গুৱাহাটীত উৰণীয়া সেতু নিৰ্মাণৰ নামত গছ আৰু নাকাটিব
অসম
দৈনন্দিন বাৰ্তা
-
October 30, 2024
চৰকাৰে এপিনে অমৃত বক্ষ অভিযান অনুষ্ঠিত কৰিছে, আনপিনে উন্নয়নৰ দোহাই দি ঐতিহ্যমণ্ডিত দীঘলী পুখুৰীৰ কাষৰ শ শ জোপা গছ কাটি পাবলৈ লৈছে। এই কথাতে বিতুষ্ট হৈ পৰিছে মহানগৰীৰ প্ৰকৃতিপ্ৰেমী লোকসকল(Nature Lovers of The City)। নুনমাটি অঞ্চলৰ সৈতে সংযোগী উৰণীয়া সেতু নিৰ্মাণৰ ঠাই মুকলি কৰাৰ লক্ষ্যৰে দীঘলীপুখুৰীত(Dighalipukhuri) বৃহৎ পৰিসৰত গছ কটাৰ তীব্ৰ বিৰোধিতা(Protection of Nature) কৰিছে গুৱাহাটীবাসীয়ে।
Pabitra Margherita । গুৱাহাটীত কেন্দ্ৰীয় ৰেচম ব’ৰ্ডৰ মুগা এৰি চিল্কৱৰ্ম বীজ সংগঠন পৰিদৰ্শন কৰিলে কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই
অসম
দৈনন্দিন বাৰ্তা
-
October 28, 2024
কেন্দ্ৰীয় বস্ত্ৰ আৰু বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই ভাৰতৰ ৰেচম খণ্ডৰ উন্নতিৰ প্ৰতি চৰকাৰৰ প্ৰতিশ্ৰুতিৰ কথা পুনৰ বাৰ দোহাৰিলে। মন্ত্ৰীগৰাকীয়ে গুৱাহাটী আজি কেন্দ্ৰীয় ৰেচম ব'ৰ্ডৰ মুগা এৰি চিল্কৱৰ্ম বীজ সংগঠন (এমইএছএছঅ') পৰিদৰ্শন কৰে।( Pabitra Margherita) সমগ্ৰ উত্তৰ-পূব ভাৰত আৰু তামিলনাডুত ইয়াৰ ১৩ টা ক্ষেত্ৰ গোটৰ নেটৱৰ্কৰ সৈতে এমইএছএছঅ' হৈছে উচ্চ মানসম্পন্ন ৰ মুগা আৰু এৰি ৰেচম পলু বীজ উৎপাদনৰ এক উল্লেখনীয় সংস্থা। এই সংস্থাই ৰেচম খণ্ডৰ বিকাশ আৰু উদ্ভাৱনীমূলক কৰ্মৰ বৃদ্ধিত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।
Pandu Multi Modal Terminal: পাণ্ডু বন্দৰত নিৰ্মীয়মান উত্তৰ-পূবৰ প্ৰথমটো জাহাজ মেৰামতি কেন্দ্ৰত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে
অসম
দৈনন্দিন বাৰ্তা
-
October 28, 2024
কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সোমবাৰে পাণ্ডু বন্দৰত(Pandu Multi Modal Terminal) উপস্থিত হৈ উত্তৰ-পূব ভাৰতৰ প্ৰথমটো জাহাজ মেৰামতি কেন্দ্ৰৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ খতিয়ান লয়।
1
...
35
36
37
...
142
Page 36 of 142
Popular
কণ্ঠশিল্পী জবা চক্ৰৱৰ্তীৰ নতুন গোৱালপৰীয়া ভিডিঅ’ এলবাম “মই সুন্দৰী বান্ধন জানং না” উন্মোচন
দৈনন্দিন বাৰ্তা
-
March 21, 2026