Breaking

Browsing Category

অৰ্থনীতি

লাহোৱালত ডিব্ৰুগড় জিলা এন পি এছ কৰ্মচাৰী সন্থাৰ সজাগতা সভা

মদাৰখাত, ১৫ ডিচেম্বৰ: সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত লাহোৱাল বালিকা বিদ্যালয়ত এখন সজাগতামূলক সভা সম্পন্ন হয়। ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি ডিম্বেধৰ চেতিয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনৰ আঁত ধৰে
Read More...

AGP এৰি AJP লৈ পাটাচাৰকুছিৰ বিধায়ক পবীন্দ্ৰ ডেকা

অসম গণ পৰিষদক মোক্ষম আঘাট । অসম গণ পৰিষদ এৰিলে বিধায়ক পবীন্দ্ৰ ডেকাই । আৰম্ভণিৰে পৰা ‘কা’ৰ তীব্ৰ বিৰোধিতা কৰি আহিছে পবীন্দ্ৰ ডেকাই। তাকেলৈ বিগত কিছু দিনৰ পৰা অগপ নেতৃত্বৰ ওপৰত মুকলি ক্ষোভ ব্যক্ত কৰি আহিছিল পাটাচাৰকুছিৰ বিধায়কগৰাকীয়ে।
Read More...

হাগ্ৰামা মহিলাৰীকো আমন্ত্ৰণ প্ৰমোদ বড়ো চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানলৈ

ৰাজ্যপালে জনোৱা আহ্বান ক্ৰমে আজি পুৱা ১০ বজাত BTRৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপে শপত গ্ৰহণ কৰিব UPPLৰ সভাপতি প্ৰমোদ বড়োৱে৷প্ৰমোদ বড়ো চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানত BTCৰ সদ্য প্ৰাক্তন মুৰব্বী হাগ্ৰামা মহিলাৰীকো আমন্ত্ৰণ জনোৱা হৈছে৷ এই সন্দৰ্ভত
Read More...

কোকৰাঝাৰত উৎসৱমুখৰ পৰিৱেশ, আজি BTRৰ মুৰব্বী হিচাপে শপত ল’ব প্ৰমোদ বড়োৱে

ৰাজ্যপালে জনোৱা আহ্বান ক্ৰমে আজি পুৱা ১০ বজাত BTRৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপে শপত গ্ৰহণ কৰিব UPPLৰ সভাপতি প্ৰমোদ বড়োৱে৷ BTRৰ প্ৰথমজন মুখ্য কাৰ্যবাহী সদস্য হ'ব প্ৰমোদ বড়ো৷ কিয়নো এতিয়া বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ পৰা উন্নীত হৈছে
Read More...

কমল কুমাৰ মেধিৰ কংগ্ৰেছ ত্যাগ

কংগ্ৰেছ দলৰ পৰা পদত্যাগ কমল কুমাৰ মেধিৰ । অসম কংগ্ৰেছৰ মুখপাত্ৰ, আৰটিআই বিভাগৰ অধ্যক্ষ আৰু সাধাৰণ সদস্য পদৰ পৰাও পদত্যাগ । অতি শীঘ্ৰে বিকল্প ৰাজনৈতিক দলত যোগদান কৰিব নেতাগৰাকীয়ে । পাটাছাৰকুছি সমষ্টিৰ পৰা সাম্ভাব্য প্ৰাৰ্থী আছিল কমল কুমাৰ
Read More...

অসম কেবিনেটে চৰকাৰী সাহায্যপ্ৰাপ্ত মাদ্ৰাছা, সংস্কৃত টোল বন্ধ কৰাৰ প্ৰস্তাৱত অনুমোদন জনাইছে

দেওবাৰে (১৩ ডিচেম্বৰ) মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে সভাপতিত্ব কৰা অসম কেবিনেটে ৰাজ্যৰ সকলো চৰকাৰী মাদ্ৰাচা আৰু সংস্কৃত টোল (বিদ্যালয়) বন্ধ কৰাৰ প্ৰস্তাৱত অনুমোদন জনাইছে । সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী চন্দ্ৰ মোহন পাতোৱাৰীয়ে কয় যে
Read More...

বহু প্ৰতীক্ষাৰ অন্তত আজিৰ পৰা উপলব্ধ হ’ব কৰ’ণা ভেকচিন

বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা কৰ’ণা মহামাৰীৰ প্ৰতিষেধকৰ বাবে অপেক্ষা কৰি আছিল বিশ্ববাসীয়ে। সকলো অপেক্ষাৰ অন্তত ব্ৰিটেন আৰু কানাডাৰ পাছতে এইবাৰ আমেৰিকা যুক্তৰাষ্ট্ৰত কৰ’ণাৰ প্ৰতিষেধক ফাইজাৰ ব্যৱহাৰৰ বাবে অনুমতি প্ৰদান কৰা হৈছে । আজিৰে পৰা
Read More...

হোটেল লিলিত বিটিচি চৰকাৰ গঠনৰ কুচকাৱাজ

বিটিচি নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতে এতিয়া চৰকাৰ গঠনৰ কুচকাৱাজ আৰম্ভ হৈছে। মহানগৰীৰ ছয়মাইলস্থিত হোটেল লিলিত নৱনিৰ্বাচিত পাৰিষদৰ বৈঠক অনুষ্ঠিত হৈছে । বৈঠকত মিলিত হৈছে বিজেপিৰ শীৰ্ষ নেতা সকল, বিটিচি নিৰ্বাচনত জয়যুক্ত হোৱা
Read More...

BTC নিৰ্বাচনৰ ভোটগননাত বৃহত্‍ উত্থান পতন ! শেহতীয়া খবৰ

আকৰ্ষণীয় হৈ পৰিছে বিটিচি নিৰ্বাচন । নিৰ্বাচনৰ ভোটগননাত দেখা পোৱা গৈছে বৃহত্‍ উত্থান পতন । ভোট গণনাৰ সময়ৰ পৰাই পিছ পৰি থকা বিপিএফ দলৰ শেহতীয়াকৈ উত্থান দেখিবলৈ পোৱা গৈছে। বৰ্তমান সময়লৈকে ১৪ খনকৈ আসনত অগ্ৰগতি লাভ কৰিছে BPF দলে
Read More...

মৰিগাঁও জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ত ঠিকা আবন্টনৰ নামত টকাৰ উজান

গৌতম কুমাৰ কাকতি মৰিগাঁও, ১২ডিচেম্বৰ : কেন্দ্ৰীয় চৰকাৰে পাইপযোগে দেশৰ প্ৰতিখন গাঁও প্ৰতিটো পৰিয়ালৰক খোৱাপানী যোগান ধৰাৰ বাবে জলজীৱন মিছনৰ দৰে যি অভিলাসী আঁচনি গ্ৰহণ কৰিছে, সেই আঁচনিৰ কাম ঠিকাদাৰক দিয়াৰ বাবদ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ
Read More...