Breaking

Browsing Category

অৰ্থনীতি

ডিব্ৰুগড়ত আসাম ষ্ট্ৰেট পাৱাৰ ইনঞ্জিনিয়াৰ্চ এচ্‌চিএছন আৰু পাৱাৰ ৱ’কাৰ্চ ইউনিয়নৰ যৌথ মঞ্চত…

ডিব্ৰুগড, ২৬ নৱেম্বৰ : সমগ্ৰ অসমৰ লগতে পাৱাৰ ৱ'কাচ্‌ ইউনিয়ন আৰু ইনঞ্জিনিয়াৰ্চ এচ্‌চিএছনে যৌথ ভাবে ডিব্ৰুগড়ত ২৬ নৱেম্বৰ তাৰিখে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰাৰ লগতে বিদুৎ খণ্ড ব্যক্তিগত কৰন বন্ধ কৰক, অসম চৰকাৰ হুচিয়াৰ , ৰাজহুৱা বিদুৎ খণ্ড
Read More...

চাৰিদিনীয়া ভ্ৰমণ সূচীৰে আজি মাজুলীলৈ মুখ্যমন্ত্ৰী সোণোৱাল : কেইবাটাও প্ৰকল্পৰ আধাৰশিলাৰ লগতে উদ্বোধন…

মাজুলী, ২৬ নৱেম্বৰ : চাৰিদিনীয়া চৰকাৰী কাৰ্যসূচীলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল  কাইলৈ বিয়লি মাজুলীত উপস্থিত হ'বহি । এইবাৰৰ চৰকাৰী ভ্ৰমণসূচীৰ সময়ছোৱাত  মুখ্যমন্ত্ৰী গৰাকীয়ে জিলাখনত ৰূপায়ণ কৰিবলৈ লোৱা কেইবাখনো গুৰুত্বপূৰ্ণ আঁচনিৰ
Read More...

প্ৰধানমন্ত্ৰী আৱাস-গ্ৰামীণ আঁচনি আদি ৰূপায়ণত বৰপেটা জিলাৰ বৃহৎ সফলতা

বৰপেটা, ২৬ নবেম্বৰ : পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বিভিন্ন আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত ৰাজ্যখনৰ ভিতৰতে বৰপেটা জিলাই অগ্ৰণী ভূমিকা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে । যোৱা ১৮ নবেম্বৰত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ৰাজ্যিক পৰ্যায়ৰ পৰ্যালোচনা সভা
Read More...

জামুগুৰিহাটত নতুন বিদ্যুৎ আইনৰ বিৰোধিতাৰে কৰ্মচাৰীৰ প্ৰতিবাদ

জামুগুৰিহাট, ২৬নৱেম্বৰ: কেন্দ্ৰীয় চৰকাৰে নতুনকৈ প্ৰণয়ন কৰিবলৈ লোৱা বিদ্যুৎ আইনৰ বিৰুদ্ধে আজি প্ৰতিবাদ সাব্যস্ত কৰে শোণিতপুৰ জিলাৰ জামুগুৰি বিদ্যুৎ উপসংমণ্ডৰ বিষয়া কৰ্মচাৰী সকলেও । নতুন বিদ্যুৎ আইন অনুসৰি সমগ্ৰ বিদ্যুৎ খণ্ডটো
Read More...

দুপৰ নিশা হাস্পতালত উপস্থিত জুবিন গাৰ্গ, কিন্ত কিয় ?

কালিৰে পৰা অসমৰ প্ৰাক্তন মুন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ কোনো উন্নতি নাই । নিশা দুপৰলৈ গুৱাহাটী চিকিত্‍সা মহাবিদ্যালয়ৰ চৌহদত ভিৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ সহশ্ৰাধিক গুণমুগ্ধৰ।নিশা প্ৰায় ১ মান বজাত গুৱাহাটী চিকিত্‍সা মহাবিদ্যালয়ত
Read More...

বিলাসীপাৰাত মহিলাৰ মাজত চিলাই মেচিন, ফিল্টাৰ বিতৰণ বিধায়ক অশোক কুমাৰ সিংহীৰ

নামনি অসমৰ ধুবুৰী জিলাৰ ২৭ নং পূৱ বিধান সভা সমষ্টিৰ দুখীয়া মহিলা সকলোৰ মাজত আজি চিলাই মেচিন, ফিল্টাৰ বিতৰণ কৰে বিজেপি দলৰ কৰ্মৰাজি বিধায়ক অশোক কুমাৰ সিংহীয়ে। সভা খনত ধুবুৰী জিলা উপায়ুক্ত অনন্ত লাল জ্ঞানী, বিলাসীপাৰা মহকুমাধিপতি মৃদুল
Read More...

পুৰণি শৰাইঘাট দলং দুদিনৰ বাবে বন্ধ থাকিব

মেৰামতিৰ বাবে আজিৰে পৰা দুদিনৰ বাবে বন্ধ থাকিব পুৰণি শৰাইঘাটৰ দলং । এই সিদ্ধান্ত উত্তৰ পূব সীমান্ত ৰে’লৱেৰ । উক্ত বন্ধৰ সময়ছোৱাত নতুন শৰাইঘাট দলঙেৰে যান-বাহন চলাচল কৰিব । উত্তৰ পূব সীমান্ত ৰে’লৱেৰ জনসম্পৰ্কৰক্ষী বিষয়া নৃপেন
Read More...

মাজুলীৰ বিজেপি কাৰ্যালয়ত সংবাদ মেল : যোৰহাট-মাজুলী সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ ঘোষনাত মাজুলীত…

উজনি-মাজুলী, ২১ নৱেম্বৰঃ যোৰহাটৰ পৰা মাজুলী সংযোগী পথচোৱাক নতুন ৰাষ্ট্ৰীয় ঘাইপথ হিচাপে কেন্দ্ৰীয় চৰকাৰে ১৭ নৱেম্বৰত আনুষ্ঠানিক ভাবে অধিশোচনা কৰাত যোৰহাটৰ  ৭১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ সংযোগস্থলীৰ পৰা মাজুলীৰ কমলাবাৰী ঘাটত সমাপ্ত হ'ব লগা
Read More...

আছুৰ দুলীয়াজান অধিৱেশনত লোৱা হ’ল কেবাটাও সিদ্ধান্ত

সদৌ অসম ছাত্ৰ সন্থাৰ দুলীয়াজানত অনুষ্ঠিত অধিৱেশনত শুকুৰবাৰে কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । আছুৰ সদস্যৰ বয়স, বিভিন্ন সমিতিৰ কাৰ্যকাল এনে কিছু সিদ্ধান্ত প্ৰতিনিধি সভাত গ্ৰহণ কৰা হয়। অৱশ্যে পৰৱৰ্তী বৰ্ষৰ অধিৱেশনৰ পৰাহে
Read More...

বানপীড়িত কৃষকৰ বাবে আশাৰ সঞ্চাৰ : দৰঙৰ নামখলাত ৰবি শস্যৰ বীজ বিতৰণৰ মুকলি অনুষ্ঠান

নামখলা, ২০ নৱেম্বৰ : দৰঙৰ কৃষক সকলৰ বাবে আশাৰ সঞ্চাৰ কৰিলে কৃষি বিভাগে ৷ বানপীড়িত কৃষকসকলে বানপানীৰ বাবে লোকচানৰ সন্মুখীন হোৱাৰ পিছত কৃষি বিভাগে গ্ৰহন কৰিছে মানৱহিতৈষী আঁচনি ৷ ছিপাঝাৰ সমষ্টিৰ পাথৰিঘাট মহকুমা কৃষি বিষয়া কাৰ্যালয়ৰ
Read More...