January 13, 2024 চতুৰ্থবাৰলৈ EDৰ চমন দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ… Share FacebookTwitterWhatsAppTelegramKooEmail চতুৰ্থবাৰলৈ চমন দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ।১৮ জানুৱাৰীত EDৰ সন্মুখত হাজিৰ হ’ব লাগিব মুখ্যমন্ত্ৰীগৰাকী। দিল্লীৰ সুৰানীতি গোচৰত ইডিৰ চমন অৰবিন্দ কেজৰিৱাললৈ।শনিবাৰে ED-এ মুখ্যমন্ত্ৰীগৰাকীলৈ চমন প্ৰেৰণ কৰিছে। Author: দৈনন্দিন বাৰ্তা Related Articles Sangeeta Barooah Pisharoty: প্ৰেছ ক্লাব অফ ইণ্ডিয়াৰ সভাপতি পদত জয়ী সংগীতা বৰুৱা পিছাৰটি দৈনন্দিন বাৰ্তা - December 15, 2025 Ahmed Al Ahmed: সন্ত্ৰাসবাদী বিৰুদ্ধে যুঁজি হিৰ’ হ’ল আহমেদ আল আহমেদ। দৈনন্দিন বাৰ্তা - December 15, 2025 উদীয়মান শিল্পীৰ বাবে ‘জুবিন গাৰ্গ পুঁজি’ গঠনৰ ঘোষণা ড° ৰীতা চৌধুৰীৰ দৈনন্দিন বাৰ্তা - December 14, 2025