Breaking

শিক্ষক-শিক্ষয়িত্ৰীৰ পোছাকক লৈ শিক্ষা বিভাগৰ নিৰ্দেশনা…

0 104

শিক্ষক-শিক্ষয়িত্ৰীৰ পোছাকক লৈ শিক্ষা বিভাগৰ নিৰ্দেশনা।

মহাবিদ্যালয়সমূহলৈ অসম চৰকাৰৰ উচ্চ শিক্ষাবিভাগে সাজ-পোছাকক লৈ জাৰি কৰিছে নিৰ্দেশনা।

নিৰ্দেশনা অনুসৰি অধ্যাপিকাই পিন্ধিব পাৰিব চেলৱাৰ, শাৰী, মেখেলা-চাদৰৰ লগতে জাতীয় সাজ-পোছাক পিন্ধিব।

অধ্যাপিকাসকলে টি-চাৰ্ট, জিনছ, লেগিংছ আদি পিন্ধিব নোৱাৰিব বুলি নিৰ্দেশনাত উল্লেখ কৰিছে।

আনহাতে অধ্যাপকসকলে ফৰমেল চাৰ্ট-পেণ্টৰ লগতে ধুতি-পাঞ্জাবী পিন্ধিব পাৰিব।

কিন্তু পিন্ধিব নোৱাৰিব টি-চাৰ্ট, জিনছ।

ইয়াৰউপৰিও অধ্যাপক-অধ্যাপিকাই বজাই ৰাখিব লাগিব চাফ-চিকুনতা।

Leave A Reply