ছাত্ৰৰ ৰূপত শিক্ষামন্ত্ৰী ডা: ৰণোজ পেগু

শিক্ষা মন্ত্ৰী ৰনোজ পেগুৱে আনুস্থানিকভাবে নামভৰ্ত্তি কৰে সংস্কৃত ভাষাৰ এটা দুবছৰীয়া পাঠ্যক্ৰমত।এই নামভৰ্তি অনুস্থানত উপস্থিত থাকে সংস্কৃত ভাৰতী উত্তৰ পূৰ্বাঞ্চল (ট্ৰাষ্ট)ৰ অধ্যক্ষ উদয় আদিত্য গোস্বামী,সংস্কৃত ভাৰতী (অসম প্ৰান্ত)ৰ সাংগঠনিক সম্পাদক ভবেন শইকীয়া,সংস্কৃত ভাৰতী ( অসম প্ৰান্ত)ৰ অধ্যক্ষ কুমুদ বৰঠাকুৰ,সঞ্চালক তথা আয়ুস পাব্লিক স্কুল, শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰৰ প্ৰদুন্ম্য দত্ত।সংস্কৃত ভাষা প্ৰসাৰ আৰু প্ৰচাৰৰ লগতে নিজে শিকাৰ উদ্দেশ্যৰে নামভৰ্ত্তি কৰে শিক্ষা মন্ত্ৰী ৰনোজ পেগুৱে।

Related Articles