Breaking

Browsing Category

শিক্ষা

আই পি এছ বা এনকাউণ্টাৰ স্পেচিয়েলিষ্ট নহয়-নতুন ৰূপত আনন্দ মিশ্ৰ; আনন্দ মিশ্ৰৰ নতুন নাম অল-ৰাউণ্ডাৰ…

এসময়ৰ এনকাউণ্টাৰ স্পেচিয়েলিষ্ট হিচাপে পৰিচিত আনন্দ মিশ্ৰক দেখা গ'ল নতুন ৰূপত। শেহতীয়াভাৱে ৰাজ্যত চলি থকা দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱত নিৰীক্ষকৰ ৰূপত দেখা গ'ল জনপ্ৰিয় আইপিএছ বিষয়াগৰাকীক। যোৱা ২
Read More...

তিনিদিনীয়া কাৰ্যসূচীৰে আজিৰে পৰা গুৱাহাটীত Y20 বৈঠক আৰম্ভ

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী শ্ৰীযুত অনুৰাগ সিং ঠাকুৰে ‘যুৱ সংলাপ’ অনুষ্ঠিত কৰাৰ পিছত শ্বেতপত্ৰ উন্মোচন কৰিব৷ ইয়াত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষাবিদৰ গৱেষণা পত্ৰ দাঙি ধৰিব৷
Read More...

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিভাগত আৰ্দ্ৰভূমি দিৱস’ পালন

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিভাগৰ উদ্যোগত আৰু জি-২০ যুৱ সন্মিলন উদযাপনৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সমন্বয়ক সমিতিৰ সহযোগত আজি বিশ্ব আৰ্দ্ৰভূমি দিবস দিনযোৰা কাৰ্যসূচীৰে পালন কৰা হয়। এইবাৰৰ আৰ্দ্ৰভূমি দিৱসৰ থিম “আৰ্দ্ৰভূমি পুনৰোদ্ধাৰৰ
Read More...

যোৰহাটৰ চিনামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰবৰ্তনৰ দাবীত সৰ্বাত্মক…

সদৌ অসম কৰ্মচাৰী পৰিষদ আৰু এন পি এচ কৰ্মচাৰী সংস্থাৰ আহ্বান মৰ্মে সমগ্ৰ অসমৰ লগতে যোৰহাট জিলাটো আজি কৰ্মচাৰী সকলে সৰ্বাত্মক ক'লা দিৱস কৰে৷ চৰকাৰী কৰ্মচাৰীৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত পুৰণি পেঞ্চন ব্যৱস্থা
Read More...

উচ্চ শিক্ষাৰ পৰিমাপত বহু পিছ পৰি আছে অসম

উচ্চ শিক্ষা সন্দৰ্ভত সৰ্বভাৰতীয় এক সমীক্ষাত দেখা গৈছে যে অসমত এক লাখ ছাত্ৰ-ছাত্ৰীৰ বাবে ১৬খন মহাবিদ্যালয় আছে আনফালে ৰাষ্ট্ৰীয় অনুপাতত এক লাখ ছাত্ৰ-ছাত্ৰীৰ বাবে ৩১খন মহাবিদ্যালয় আছে। দেশৰ আন বহু
Read More...

পশ্চিম কাৰ্বি আংলং জিলাত নিলম্বিত বিদ্যালয়ৰ শিক্ষক

কৰ্তব্যত গাফিলতিৰ বাবে চৰকাৰী নিম্ন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী পিংকি খাটানিয়াৰক নিলম্বন কৰা হৈছে। পিংকি খাটানিয়াৰে পশ্চিম কাৰ্বি আংলং জিলাৰ চিংথং স্থানীয় মকিন্দুৰ এল পি স্কুলত সহকাৰী শিক্ষক
Read More...

বিলাসীপাৰা বলিৰচৰত বাল্যবিবাহৰ সন্দৰ্ভত সজাগতা সভা

বিলাসী পাৰা সদৰ থানাৰ অধীনত নায়েৰ আলগা আৰক্ষী চকীৰ অন্তৰ্গত বলিৰচৰ হাইস্কুল প্ৰাঙ্গণত দেওবাৰে বিয়লি ২বজাত বাল্যবিবাহ আৰু শিক্ষা সজাগতা সভা অনুষ্ঠিত হৈ যায়৷ উক্ত সভাৰ আয়োজন কৰে স্থানীয় শিক্ষক আৰু
Read More...

নগাঁও কলেজত জি-২০, ৱাই-২০ শীৰ্ষ সন্মিলনৰ প্ৰাক্ কাৰ্যসূচী

নগাঁও কলেজ (অট’নমাচ)ৰ উদ্যোগত আজিৰে পৰা মহাবিদ্যালয়ত ভাৰতৰ জি-২০, ৱাই-২০ ৰ শীৰ্ষ সন্মিলনৰ প্ৰাক কাৰ্যসূচী আৰম্ভ হৈছে। নগাঁও জিলাৰ বিভিন্ন কলেজৰ মাজত “ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে আমাৰ যুৱ প্ৰজন্মক ভৱিষ্যতৰ প্ৰত্যাহ্বানসমূহৰ লগত মোকাবিলা কৰাত
Read More...

পিতৃ-মাতৃয়ে শিশুৰ ওপৰত হেঁচা প্ৰয়োগ কৰা উচিত নহয়-প্ৰধানমন্ত্ৰী মোদী

শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে 'পৰীক্ষা পে চৰ্চা' শীৰ্ষক কাৰ্যসূচীৰ জৰিয়তে দেশৰ ছাত্ৰ-ছাত্ৰীসকলক সম্বোধন কৰে। হাইস্কুল শিক্ষান্ত আৰু উচ্চতক মাধ্যমিকৰ পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া প্ৰায় ৩৮ লাখ ছাত্ৰ-ছাত্ৰীৰ লগতে এই অনুষ্ঠানৰ
Read More...