Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
শিক্ষা
মুকলিৰ পাছতে হেক হ’ল কংগ্ৰেছৰ ৱেৱচাইট who is hbs…হ’ম পেজত ওলাল – Better Luck Next Time Paijaan…
উজনি অসমত মিঞা খেদা অভিযানৰ বেনাৰ ফলাক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ অসমীয়া যুৱ মঞ্চৰ
ৰঙিয়া বিধানসভা সমষ্টিত একেদিনাই অৰ্ধশতাধিক মহিলা নামৰ দলক নামৰ সামগ্ৰী প্ৰদান ।কথা মতে কাম ৰাজ্যিক বিজেপিৰ সম্পাদক ৰাতুল শৰ্মাৰ।
Ranoj Pegu: শিক্ষাগ্ৰহণ হৈছে এক জীৱনজোৰা সাধনা- শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু
শিক্ষা
দৈনন্দিন বাৰ্তা
-
October 22, 2024
ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ অনুসৰি ভাৰত চৰকাৰে আৰম্ভ কৰা নৱভাৰত সাক্ষৰতা কাৰ্যসূচী- উল্লাসৰ তৃতীয়খন আঞ্চলিক সন্মিলন আজি ৰাজ্যৰ মাননীয় শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত উদ্বোধন কৰে। এই কাৰ্যসূচীৰ অধীনত ২০২২চনৰ পৰা ২০২৭ চনৰ ভিতৰত সমগ্ৰ দেশতে শিক্ষা লাভৰ পৰা বঞ্চিত ১৫ বছৰৰ ঊৰ্ধ্বৰ সকলো নাগৰিককে সাক্ষৰ কৰি এগৰাকী দক্ষ মানৱ সম্পদ ৰূপে গঢ়ি তোলাৰ লক্ষ্য লোৱা হৈছে। ( Ranoj Pegu)
Hargila । জাৰ্মানীত ড: পূৰ্ণিমা দেৱী বৰ্মনৰ পৰিৱেশ কৰ্মশালাত অসমৰ হৰগিলাৰ বেবী শ্বাৱাৰ অনুষ্ঠান
ৰাষ্ট্ৰীয়
দৈনন্দিন বাৰ্তা
-
October 19, 2024
অসমৰ প্ৰখ্যাত সংৰক্ষণবিদ তথা হুইটলী স্বৰ্ণ বঁটা বিজয়ী ড: পূৰ্ণিমা দেৱী বৰ্মনে জাৰ্মানীৰউইলহেলমা জুলজিকেল এণ্ড বটানিকেল গাৰ্ডেনত ২০ জন সংৰক্ষণমুখী যুৱক-যুৱতী, চিৰিয়াখানা ৰক্ষক আৰু মালিকৰ বাবে আয়োজিত এই অনুষ্ঠানত শিক্ষা, শিল্প আৰু পৰিৱেশ সজাগতাৰ এক অনন্য ৰূপত সংমিশ্ৰণ ঘটিছিল। ড: পূৰ্ণিমা দেৱী বৰ্মনে অংশগ্ৰহণকাৰী সকলক অসমৰ চহকী জৈৱ বৈচিত্ৰ্যৰ সৈতে পৰিচয় কৰাই দি অধিৱেশনৰ আৰম্ভণি কৰে, বিশেষকৈ বিৰল বৃহত্তৰ এডজুটেণ্ট ষ্টৰ্ক (হাৰগিলা)কে ধৰি বিভিন্ন প্ৰজাতিৰ ষ্টৰ্কৰ ওপৰত গুৰুত্ব আৰোপ কৰে।(Hargila) (Germany)
JEE Main 2025 Exam Structure: মূল আৰ্হিলৈ ঘূৰি যাব JEE Main পৰীক্ষাৰ গাঁথনি; খ শাখাত অন্তৰ্ভুক্ত কৰা হ’ব কেৱল ৫টা প্ৰশ্ন
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
October 18, 2024
ক'ভিড মহামাৰীৰ সময়ত সাময়িকভাৱে প্ৰৱৰ্তন কৰা JEE Main পৰীক্ষাৰ ঐচ্ছিকভাৱে প্ৰশ্ন বাছনিৰ প্ৰক্ৰিয়া(JEE Main 2025 Exam Structure) বন্ধ কৰিব ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই (National Testing Agency)
Cotton University: কটন বিশ্ববিদ্যালয়ত অনুষ্ঠিত তৃতীয় বাৰ্ষিক ভাৰত-জাপান শিক্ষা সন্মিলন
শিক্ষা
দৈনন্দিন বাৰ্তা
-
September 28, 2024
( Cotton University) কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত তৃতীয় বাৰ্ষিক ভাৰত-জাপান শিক্ষা সন্মিলন অনুষ্ঠিত হয়। অনুষ্ঠানটো ভাৰত-জাপান ব্যৱসায়িক পৰিষদ আৰু কটন বিশ্ববিদ্যালয়ৰ দক্ষতা বিকাশ কেন্দ্ৰৰ উদ্যোগ আৰু বিবেকানন্দ কেন্দ্ৰৰ সহযোগত অনুষ্ঠিত হয়। এই সন্মিলনখনৰ উদ্দেশ্য আছিল দুয়োখন ৰাষ্ট্ৰৰ মাজৰ শৈক্ষিক সম্বন্ধ সুদৃঢ় কৰা। অনুষ্ঠানটোত বিভিন্ন বিশ্ববিদ্যালয়, মহাবিদ্যালয়ৰ বহুতো ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। (3rd Annual India-Japan Education Conference)
ADRE 2.0 Exam Assam :পৰীক্ষা কেন্দ্ৰলৈ ভূলতো নিনিব এইকেইবিধ সামগ্ৰী
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
September 14, 2024
ADRE 2.0 Exam Assam :পৰীক্ষা কেন্দ্ৰলৈ ভূলতো নিনিব এইকেইবিধ সামগ্ৰী
1
...
47
48
49
...
261
Page 48 of 261
Popular
মুকলিৰ পাছতে হেক হ’ল কংগ্ৰেছৰ ৱেৱচাইট who is hbs…হ’ম পেজত ওলাল – Better Luck Next Time Paijaan…
দৈনন্দিন বাৰ্তা
-
February 4, 2026