Breaking

Browsing Category

শিক্ষা

পুনৰ প্ৰতাৰিত ৰাজ্যৰ ৫২৪ জন শিক্ষকৰ হাহাকাৰ, ২০ বছৰে নিয়মীয়া নহ’ল চাকৰী । সামান্য দৰমহা বৃদ্ধি…

নাজিৰা : ৰাজ্যৰ মাধ্যমিক শিক্ষা খণ্ডত সূদীৰ্ঘ দুটা দশক ধৰি মানৱ সম্পদ গঢ়াত ব্যস্ত ৰাজ্যৰ ৫২৪জন শিক্ষক বাৰম্বাৰ প্ৰতাৰিত হৈছে ৰাজ্যৰ শিক্ষা বিভাগৰ পৰা। তথাপি ক্লান্ত হোৱা নাই এইসকল মানৱ সম্পদ গঢ়াৰ খনিকৰ। চাকৰী জীৱনত অহা
Read More...

সংবাদ মাধ্যমৰ বাতৰি পিছতেই মাজুলীৰ ময়ূৰী ওজালৈ সহায় হাত দেৰগাঁৱৰ জয়ন্ত বেজবৰুৱাৰ ।

উজনি-মাজুলী : সদ্যঘোষিত  হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত মাজুলীৰ মেখেলী গাৱঁৰ দিন হাজিৰা কৰি পৰিয়াল পোহাপাল দিয়া  জোন ওজাৰ  কণ‍্যা ময়ূৰী ওজাই তিনিটা বিষয়ত লেটাৰ সহ ষ্টাৰ মাৰ্ক পোৱা  বাতৰি বহুকেইটা সংবাদ মাধ্যমত সবিস্তাৰে প্ৰকাশ
Read More...

ক’ৰোনাৰ বাবে নিয়ম সলনি কৰিবলৈ বাধ্য হ’ল ৰামনুজনৰ অধ্যক্ষই : ৰামানুজনৰ ছাত্ৰ-ছাত্ৰীক…

নগাঁও : উচ্চতৰ মাধ্যমিকৰ কলা আৰু বিজ্ঞান শাখাৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত বিগত বৰ্ষসমূহত চমকপ্রদ সফলতাৰ ধাৰা অক্ষুণ্ণ ৰখা নগাঁও চহৰৰ ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ত মোবাইল ফোন অথবা লেপটপ ছাত্ৰ-ছাত্ৰীৰ বাবে নিষিদ্ধ কৰাৰ বাতৰিয়ে প্ৰতিবাৰেই
Read More...

আলোকৰ বিশেষ সম্বৰ্ধনা অনুষ্ঠান ।

জামুগুৰিহাট : বিশ্বনাথ জিলাৰ নাগশংকৰ মৌজাৰ এক অন্যতম সামাজিক, সাংস্কৃতিক আৰু স্বেচ্ছাসেৱী অনুষ্ঠান আলোকৰ উদ্যোগত বিগত বৰ্ষসমূহৰ দৰে এইবাৰো ইতিহাস প্ৰসিদ্ধ শ্ৰীশ্ৰী নাগশংকৰ দেৱালয়ৰ সহভূমি চমাৰ দলনিস্থ দক্ষিণ নাগশংকৰ উচ্চ মাধ্যমিক
Read More...

শূন্য ফলাফলৰ বাবে দায়ী কোন ?

দৈনন্দিন বাৰ্তা প্ৰতিবেদন: যোৱা ৬ জুনত ঘোষিত মেট্ৰিক পৰীক্ষাৰ ফলাফলত ৰাজ্যখনৰ সোতৰখন বিদ্যালয়ৰ পৰা এজনো শিক্ষাৰ্থী উত্তীৰ্ণ হ’ব নোৱাৰিলে৷ চৰকাৰী খণ্ডৰ এই বিদ্যালয় কেইখন বন্ধ কৰিবলৈ চৰকাৰ আগবাঢ়িছে৷  শেহতীয়াকৈ এইদৰে বন্ধ কৰিবলৈ লোৱা
Read More...

গৰৈমাৰীত কৃতি ছাত্ৰ-ছাত্ৰীক অভিনন্দন আইডিয়েল একাডেমিৰ ।

সোণতলী : মহামাৰী কৰোণাৰ আতংকৰ মাজতে সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীক অভিনন্দন জনাবলৈ পাহৰা ৰাজ্যবাসীয়ে৷ সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰ উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীক সোমবাৰে অভিনন্দন জনালে গৰৈমাৰীস্থিত
Read More...

কলিয়াবৰৰ বিদ‍্যালয়সমূহত বিষয় শিক্ষক, সহকাৰী শিক্ষক আৰু কৰ্মচাৰীৰ অভাৱে বিপদত পেলাইছে ছাত্ৰ-ছাত্ৰী…

কলিয়াবৰ : কলিয়াবৰৰ উচ্চতৰ মাধ‍্যমিক আৰু উচ্চ মাধ‍্যমিক বিদ‍্যালয়সমূহত খালী হৈ থকা শিক্ষক তথা কৰ্মচাৰী নিযুক্তি দিয়াৰ দাবীত আজি কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই শিক্ষা মন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান কৰে। কলিয়াবৰৰ বিভিন্ন উচ্চতৰ মাধ‍্যমিক
Read More...

নাজিৰা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়লৈ সফলতা আনিলে নাউজিচে ।

দৈনন্দিন বাৰ্তা : নাজিৰা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ নাউজিচ চাৰমি খানে ৮৩.৫% নম্বৰ লাভ কৰি বিদ্যালয় খনলৈ গৌৰৱ কঢ়িয়াই আনিছে৷ নাজিৰা নগৰৰ নিবাসী নজিৰুল খান আৰু মুজিদা ৰহমানৰ কন্যা
Read More...

ৰাজ্যৰ ভিতৰতে প্ৰথম আৰু নৱম স্থানপ্ৰাপ্ত দুয়োগৰাকী ছাত্ৰক সম্বৰ্ধনা চ’ছিয়েল মিডিয়া গ্ৰুপ…

দৰঙৰ চ'ছিয়েল মিডিয়া গ্ৰুপ দৃষ্টিয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে প্ৰথম আৰু নৱম স্থানপ্ৰাপ্ত দুগৰাকী ছাত্ৰক নিজ নিজ বাসগৃহত জনালে সম্বৰ্ধনা৷  ঐক্য-সংহতি আৰু ভাতৃত্ববোধৰ মূল মন্ত্ৰৰে শিক্ষা-সাহিত্য আৰু সংস্কৃতিৰ দিশত সেৱা
Read More...

দৰঙৰ ভেৰুৱাৰ কুলদীপ পৰাশৰে দুটাকৈ বিষয়ত ১০০% নম্বৰ লাভ কৰিও অৰ্থৰ অভাৱত উচ্চ শিক্ষাৰ পৰাও বঞ্চিত…

দৰঙৰ পৰা জয়দেৱ ডেকা : সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰিক্ষাত দুটাকৈ বিষয়ত ১০০% নম্বৰ লাভ কৰি সকলো কেইটা বিষয়ত লেটাৰ নম্বৰ পাই ডিষ্টিংচন পাবলৈ সক্ষম হোৱা এজন মেধাৱী ছাত্ৰ চৰম হতাশাগ্ৰস্ত৷ দৰিদ্ৰতাই উচ্চ শিক্ষাৰ বাবে  হেঙাৰ হৈ পৰিছে
Read More...