Breaking

বটদ্ৰৱাৰ টুকটুকীতো কেন্দ্ৰীয় ভাৱে ঈদ- উল-ফিটৰ উদযাপন

0 61

নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ টুকটুকী অঞ্চলতো কেন্দ্ৰীয় ভাবে ঈদ-উল-ফিটৰ উদযাপন কৰা হয় । বৃহত্তৰ টুকটুকী অঞ্চলৰ কটহগুৰি আঞ্চলিক ঈদগাহ ময়দানত আজি পৱিত্ৰ ঈদ-উল-ফিটৰ দুই ৰাকাত ৱাজিব নামাজ সম্পন্ন কৰা হয়।

ক্বাৰী আব্দুল কাদিৰৰ ইমামতিত্বত পুৱা ৯ বজাত অনুষ্ঠিত হোৱা সমূহীয়া নামাজত অঞ্চলটোৰ প্ৰায় সাত সহস্ৰাধিক ধৰ্মপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰে।

Leave A Reply