December 20, 2023 ৰাজ্যত হস্তী-মানুহৰ সংঘাতৰ ভয়ংকৰ পৰিণতি ! কলিয়াবৰৰ তেতুলগুৰিত বনৰীয়া হাতীৰ আক্ৰমণত এজন লোকৰ মৃত্যু… Share FacebookTwitterWhatsAppTelegramKooEmail কলিয়াবৰৰ তেতুলগুৰিত অঘটন। বনৰীয়া হাতীৰ আক্ৰমণত এজন লোকৰ মৃত্যু। নিহত লোকজন সঞ্জয় ৰাজোৱাৰ। নিশা ঘৰলৈ ওভতাৰ পথতে সঞ্জয়ক আক্ৰমণ কৰে বন্যহস্তীয়ে। Author: দৈনন্দিন বাৰ্তা Related Articles ভাৰত সেৱাশ্ৰম সংঘৰ তিনিচুকীয়া শাখাৰ বিশেষ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ দৈনন্দিন বাৰ্তা - December 13, 2025 সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত অসম ভলীবল সন্থাৰ সৌজন্যত ৰাজকুমাৰ লংকেশ্বৰ গোঁহাই ভলীবল কাপ ২০২৫ । দৈনন্দিন বাৰ্তা - December 13, 2025 তেজপুৰত পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ সৈতে যোগাযোগ ৰখাৰ অভিযোগত অৱসৰপ্ৰাপ্ত বায়ু সেনা বিষয়াক আটক দৈনন্দিন বাৰ্তা - December 13, 2025