Breaking

ৰাজ্যত হস্তী-মানুহৰ সংঘাতৰ ভয়ংকৰ পৰিণতি ! কলিয়াবৰৰ তেতুলগুৰিত বনৰীয়া হাতীৰ আক্ৰমণত এজন লোকৰ মৃত্যু…

0 25

কলিয়াবৰৰ তেতুলগুৰিত অঘটন।

বনৰীয়া হাতীৰ আক্ৰমণত এজন লোকৰ মৃত্যু। নিহত লোকজন সঞ্জয় ৰাজোৱাৰ।

নিশা ঘৰলৈ ওভতাৰ পথতে সঞ্জয়ক আক্ৰমণ কৰে বন্যহস্তীয়ে।

Leave A Reply