অসম সন্তান এলভিছ আলী হাজৰিকাৰ অন্য এক সাফল্য৷
বিশ্বৰ প্ৰেক্ষাপটত অসমৰ নাম উজলালে এলভিছে৷
৩১ ঘণ্টাত ৭৮ কিঃমিঃ ইংলিছ চেনেল সাঁতুৰি অভিলেখ সন্তৰণবিদ এলভিছৰ৷
এই সাফল্য অৰ্জন কৰা উত্তৰ পূবৰ প্ৰথমগৰাকী ব্যক্তি এলভিছ আলী হাজৰিকা৷

উল্লেখ্য যে সাঁতোৰৰ সময়ত বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল এলভিছ আলী হাজৰিকাই৷