Breaking

বিশিষ্ট সাহিত্যিক, অধ্যাপক তথা ভাষাবিদ বিশ্বেশ্বৰ হাজৰিকাৰ দেহাৱসান…

0 28

বিশিষ্ট সাহিত্যিক, অধ্যাপক তথা ভাষাবিদ বিশ্বেশ্বৰ হাজৰিকাৰ দেহাৱসান।

গুৱাহাটীৰ KGMT হাস্পতালত শেষ নিশ্বাস ত্যাগ ভাষাবিদগৰাকীৰ।

ৰাজ্যৰ এগৰাকী সাহিত্যিক, অধ্যাপক আৰু ভাষাতত্ত্ববিদ আছিল হাজৰিকা।

মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯১ বছৰ।

বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল হাজৰিকা।

Leave A Reply