Breaking

বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ…

0 395

দেওবাৰে আবেলি বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং নিজা ঘৰতে অসুস্থ হৈ পৰে। ৩মান বজাত ডিফুৰ DMCHলৈ লৈ যোৱা হয় বিশিষ্ট সাহিত্যিকগৰাকীক।

চিকিৎসকৰ পৰামৰ্শক্ৰমে ICUত ভৰ্তি কৰা হয়। সন্ধিয়া ৬-৩০ বজাত সুচিকিৎসাৰ বাবে গুৱাহাটীলৈ অনা হয়। অতি সোনকালে সুস্থ হোৱাৰ বাবে ভগৱানৰ ওচৰত অনুৰাগীৰ প্ৰাৰ্থনা। গুৱাহাটীৰ দিছপুৰ পলিক্লিনিকত ভৰ্তি কৰোৱা হৈছে বিশিষ্ট সাহিত্যিকগৰাকীক। হৃদযন্ত্ৰৰ সমস্যাত ভুগিছে সাহিত্যিকগৰাকী।

Leave A Reply