Breaking

চিলাপথাৰৰ বিশিষ্ট কবি, অসম কবি সমাজৰ সহকাৰী সম্পাদক ভূৱন দাসক ‘দৈনন্দিন বাৰ্তা গোষ্ঠী’ৰ সম্বৰ্ধনা

0 41

১১ ফেব্ৰুৱাৰীৰ পৰা ‘দৈনন্দিন বাৰ্তা গোষ্ঠী’ চিৰঞ্জীৱী হোৱাৰ লক্ষ্যৰে ঘৰে ঘৰে ‘দৈনন্দিন বাৰ্তা’, ‘দ্য আছাম ৰাইজিং’, ‘আলোকপ্ৰভঞ্জন’ আৰু মোবাইলে মোবাইলে ‘ডিবি নিউজ’ অভিযানৰ অংশ হিচাপে বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলক সম্বৰ্ধনা জনোৱা কাৰ্যসূচী হাতত লোৱা হৈছে।

এই কাৰ্যসূচীৰ অংশস্বৰূপে চিলাপথাৰৰ বিশিষ্ট কবি, অসম কবি সমাজৰ সহকাৰী সম্পাদক ভূৱন দাসক জনোৱা হয় সম্বৰ্ধনা।

-শম্ভু দাস, চিলাপথাৰ

Leave A Reply