বিনোদন

Actor-director Manoj Kumar: বলীউডৰ প্ৰবীণ অভিনেতা মনোজ কুমাৰৰ দেহাৱসান

বলীউডৰ প্ৰবীণ অভিনেতা মনোজ কুমাৰৰ দেহাৱসান।(Actor-director Manoj Kumar)৮৭ বছৰ বয়সত বলীউডৰ প্ৰবীণ অভিনেতাগৰাকীৰ দেহাৱসান।(bollywood)

To-Let: গোৱা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতালৈ হেমন্ত শৰ্মাৰ ছবি ‘টু-লেট্‌’

সংবাদজগতত এটি পৰিচিত নাম হেমন্ত শৰ্মাই নিৰ্মাণ কৰা চুটি ছবি ‘টু-লেট’লৈ সুখবৰ৷(To-Let) চলিত বৰ্ষৰ ‘গোৱা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতা’লৈ নিবাৰ্চিত হৈছে সাম্প্ৰতিক সময়ৰ এক ছিৰিয়াছ বিষয় লৈ নিৰ্মাণ কৰা ‘টু লেট্‌’ নামৰ ছুটি ছবিখনি৷

Dharmendra: চকুত বেণ্ডেজ, ৮৯ বছৰীয়া ধৰ্মেন্দ্ৰ অকলে চিকিৎসালয়ত ! প্ৰবীণ অভিনেতাজনৰ কি হ’ল?

দুসপ্তাহমান পূৰ্বে প্ৰবীণ অভিনেতাগৰাকীক চকুৰ চিকিৎসালয়লৈ যোৱা দেখা গৈছিল। সোঁ চকুত ডাঙৰ বেণ্ডেজ লৈ ওলাই অহাৰ লগে লগে তেওঁক ঘেৰি ধৰিলে পাপাৰাজীয়ে।(Dharmendra)

Bilasipara News: ঈদৰ আনন্দ-উলাহৰ মাজতে বিলাসীপাৰাত ভয়ংকৰ মাৰপিটৰ ঘটনা

ঈদৰ আনন্দ-উলাহৰ মাজত বিলাসীপাৰাত ভয়ংকৰ মাৰপিটৰ ঘটনা।(Bilasipara News)টিলাপাৰা বজাৰত অ'টো ভাড়াক কেন্দ্ৰ কৰি সৃষ্টি হয় কুৰুক্ষেত্ৰৰ। মাৰপিটত গুৰুতৰভাৱে আহত এজন।

Sonakshi-Zaheer: বিয়াৰ পিছত সোনাক্ষীৰ প্ৰথম ঈদ, শাহুৱেকে অভিনেত্ৰীগৰাকীক কিমান ভাল পায়; ক’লে সকলো কথা…

সোনাক্ষী-জহিৰৰ বিয়াৰ পিছত প্ৰথম ঈদ! শাহুৱেকে অভিনেত্ৰীগৰাকীক কিমান ভাল পায়? সোনাক্ষীয়ে কেইবাটাও সাক্ষাৎকাৰত কৈছিল যে তেওঁলোকে প্ৰথমে সিদ্ধান্ত লৈছিল যে কোনেও ধৰ্ম সলনি নকৰে। অৱশ্যে ইজনে সিজনৰ ধৰ্মক সন্মান কৰে।(Sonakshi-Zaheer)

Popular