বিনোদন

World Theater Day:২৭ মাৰ্চত- বিশ্ব নাট্য দিৱস

বিশ্ব নাট্য দিৱস(World Theater Day) প্ৰতি বছৰে ২৭ মাৰ্চত পালন কৰা হয় আৰু এই দিনটোৱে নাটক আৰু থিয়েটাৰৰ শিল্পক বিশ্বব্যাপী উদযাপন কৰাৰ এক অনন্য সুযোগ প্ৰদান কৰে।

Amitabh Bachchan Jaya Bachchan: অমিতাভ বচ্চনে কিয় খৰখেদাকৈ জয়া ভাদুৰীক বিয়া কৰাইছিল ? পঢ়ক ৬২ বছৰীয়া প্ৰেম-কাহিনী

আগতীয়াকৈ কোনো পৰিকল্পনা কৰা হোৱা নাছিল। ব্যক্তিগত বিয়া আছিল, খৰখেদাকৈ কৰা, এখন গোপন বিয়া। গতিকে আজি এই গোপনীয়তাৰ বিষয়ে জানক।(Amitabh Bachchan Jaya Bachchan)

Sonu Sood Wife: পথ দুৰ্ঘটনাত পতিত চনু ছুদৰ পত্নী সোণালী ছুদ

চনু ছুদৰ পত্নী সোণালী ছুদৰ এক পথ দুৰ্ঘটনা পতিত, মুম্বাই-নাগপুৰ ঘাইপথত সংঘটিত দুৰ্ঘটনাত চনু ছুদ। খবৰ অনুসৰি অভিনেতাগৰাকীৰ ঘনিষ্ঠ লোকে কয় যে বৰ্তমান তেওঁৰ কোনো চিন্তাৰ বিষয় নাই।(Sonu Sood Wife)

Zubeen Garg: নিখোঁজ জুবিন-গৰিমাৰ মিষ্টাৰ ৰেম্বো

জোনালীৰ ষ্টুডিঅ’ৰপৰা নিখোঁজ জুবিন গাৰ্গৰ মৰমৰ নতুন পোহনীয়া কুকুৰ ৰেম্ব’।(Zubeen Garg)

Jacqueline Fernandez Mother: জেকলিন ফাৰ্নাণ্ডেজৰ মাতৃক ICUত ভৰ্তি কৰোৱা হৈছে, অভিনেত্ৰীগৰাকীয়ে সকলো কাম এৰি খৰখেদাকৈ উভতিছে ঘৰলৈ !

জেকলিন ফাৰ্নাণ্ডেজৰ অনুৰাগীৰ বাবে এক ডাঙৰ খবৰ। বৰ্তমান তেওঁৰ মাতৃ আই চি ইউত ভৰ্তি হৈ আছে। এই খবৰ ওলোৱাৰ পিছত অভিনেত্ৰীগৰাকীও সকলো কাম এৰি ঘৰলৈ উভতিল।(Jacqueline Fernandez Mother)

Popular