বিনোদন

Shahid-Kareena: প্ৰাক্তন প্ৰেমিকা কৰীনাৰ সৈতে মুকলি মঞ্চত আলিংগন শ্বাহিদৰ ! শ্বাহিদে ক’লে, “আমি সঘনাই লগ পাওঁ।”

শেষবাৰৰ বাবে দুয়োকে একেলগে দেখা গৈছিল ‘ৱেন উই মেট’ ছবিখনত। তেতিয়াৰ পৰা দুয়োজনকে একেলগে দেখা পোৱা নাই। একেটা অনুষ্ঠানতে থাকিলেও ইজনে সিজনক এৰাই চলিছিল।(Shahid-Kareena)

IIFA Digital Awards 2025: শ্ৰেষ্ঠ অভিনেতা-অভিনেত্ৰী সন্মান লাভ কৃতি চেনন-বিক্ৰান্ত মেছিৰ, জানক কোনে কোনে লাভ কৰিলে শ্ৰেষ্ঠ ছবি-ৱেব ছিৰিজৰ খিতাপ

আই আই এফ এ ডিজিটেল বঁটা ২০২৫ জয়পুৰত অনুষ্ঠিত হয়, য’ত ‘অমৰ সিং চামকিলা’ই শ্ৰেষ্ঠ ছবি আৰু ‘পঞ্চায়ত ৩’ই শ্ৰেষ্ঠ ৱেব ছিৰিজৰ বঁটা লাভ কৰে। (IIFA Digital Awards 2025)কৃতি ছানন (ডো পট্টি) আৰু বিক্ৰান্ত মেছিয়ে (ছেক্টৰ ৩৬) লাভ কৰে শ্ৰেষ্ঠ অভিনয়ৰ বঁটা।

Anurag Saikia: IIFAৰ শ্ৰেষ্ঠ টাইটেল ট্ৰেকৰ সন্মান লাভ অসম সন্তান অনুৰাগ শইকীয়াৰ

অসম সন্তান অনুৰাগ শইকীয়াই লাভ কৰে IIFAৰ শ্ৰেষ্ঠ ট্ৰেকৰ সন্মান।(Anurag Saikia)'Ishq Hai' গীতটিৰ বাবে অনুৰাগ শইকীয়াই লাভ কৰে IIFAৰ শ্ৰেষ্ঠ টাইটেল ট্ৰেকৰ সন্মান।

Tamannaah Vijay Breakup: তিনি বছৰ ডেটিঙৰ অন্তত ব্ৰেকআপ বিজয়-তমন্নাৰ !

শেহতীয়াকৈ একাংশ বাতৰিত দাবী কৰা হৈছে যে ৩ বছৰ ধৰি ডেটিং কৰাৰ পিছত তমমানাহ ভাটিয়া আৰু বিজয় ভাৰ্মাৰ সম্পৰ্কত বিচ্ছেদ। দুয়োৰে প্ৰথম লগ হৈছিল ‘লাষ্ট ষ্ট’ৰীজ ২’ৰ চেটত। ইয়াৰ পৰাই তেওঁলোকৰ সম্পৰ্কও আৰম্ভ হৈছিল।(Tamannaah Vijay Breakup)

Priyanka Chopra: পিতৃৰ মৃত্যুৰ মাত্ৰ ৬ দিনৰ পিছত প্ৰিয়ংকাই মাকৰ বাবে আয়োজন কৰিছিল পাৰ্টিৰ, আত্মীয়ই কৰিছিল ঠাট্টা-মস্কৰা !

দেউতাকৰ মৃত্যুৰ মাত্ৰ ৬ দিনৰ পিছত প্ৰিয়ংকাই মাকৰ বাবে পাৰ্টিৰ আয়োজন কৰিছিল, তাত নাচ-গান বহুত হৈছিল, আত্মীয়ই তাইক ঠাট্টা-মস্কৰা কৰিছিল। (Priyanka Chopra)

Popular