বিনোদন

Mridul Bhuyan: মাতৃহাৰা হ’ল জনপ্ৰিয় অভিনেতা মৃদুল ভূঞা, দৰ্শকক হতাশ নকৰি মঞ্চত অভিনয় কৰি গ’ল বিশিষ্ট অভিনেতাগৰাকীয়ে

মাতৃহাৰা হ’ল জনপ্ৰিয় অভিনেতা মৃদুল ভূঞা৷ নাৰায়ণপুৰৰ ৰঙাজান(Mridul Bhuyan) গাঁৱৰ নিজ বাসগৃহত মৃত্যু কুঞ্জলতা ভূঞাৰ৷ অভিনয়ৰ আগমুহূৰ্তত মাতৃৰ বিয়োগৰ খবৰ পাইছিল অভিনেতাজনে৷

Yuzvendra Chahal: প্ৰতিখন কাজিয়াৰ অন্তত ধনশ্ৰীয়ে বিচাৰিছিল ডাইমণ্ড, চাহালৰ আচৰিত মন্তব্য !

দুয়োজনে যোৱা বছৰে পৰা ইজনে সিজনৰ পৰা পৃথক হোৱাৰ সিদ্ধান্ত লৈছিল। এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে চাহালৰ এটা ভিডিঅ’।(Yuzvendra Chahal)

Dhanashree Verma: ‘আই মিছ ইউ ছ’ মাচ্ছ…’ বিবাহ বিচ্ছেদৰ পিছত আৱেগিক পোষ্ট ধনশ্ৰীৰ, অনুৰাগীয়ে সাহস দিছে !

ধনশ্ৰী ভাৰ্মা আৰু যুজবেন্দ্ৰ চাহালৰ বিবাহ বিচ্ছেদে ​​দীৰ্ঘদিন ধৰি বাতৰিৰ শিৰোনাম দখল কৰি আহিছে। দুয়োজনেই জীৱনৰ এক কঠিন পৰ্যায়ৰ মাজেৰে পাৰ হৈ গৈছে। যোৱা ডেৰ বছৰ ধৰি দুয়ো পৃথকে পৃথকে থাকিছিল। এতিয়া বিবাহ বিচ্ছেদৰ খবৰৰ মাজতে ধনশ্ৰীৰ এটা পোষ্ট ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে, যিটো যথেষ্ট আৱেগিক পোষ্ট।(Dhanashree Verma) 

Salman Khan: হলিউডত অভিনয় কৰিব ছলমান খানে, অটো’ চালকৰ চৰিত্ৰত অভিনয় কৰিব ভাইজানে; ভিডিঅ’ ভাইৰেল !

বহু প্ৰত্যাশিত ছবি ‘চিকান্দৰ’ৰ শিৰোনাম দখল কৰা ছলমান খানৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে। কোৱা হৈছে যে এই ভিডিঅ’টো তেওঁৰ শ্বুটিঙৰ, যাৰ বাবে তেওঁ বৰ্তমান ছৌদি আৰৱত আছে। ভিডিঅ’টোত তেওঁক অটো ড্ৰাইভাৰৰ গেটআপত দেখা গৈছে।(Salman Khan)

Chhaava: ২০২৫ চনৰ প্ৰথমখন বলীউডৰ হিট ছবি ‘ছাৱা’, এসপ্তাসত ২০০ কোটি উপাৰ্জন; বাজেট আছিল মাত্ৰ ১৩০ কোটি টকা

বিকি কৌশলৰ ছবি ‘ছাৱা’ ছবিখনে দৰ্শকৰ পৰা যথেষ্ট সঁহাৰি লাভ কৰিছে। ২০০ কোটিতকৈ অধিক উপাৰ্জন কৰা এই বছৰৰ প্ৰথমখন ছবি হিচাপে পৰিগণিত হৈছে ‘ছাভা’।(Chhaava)

Popular