বিনোদন

Samay Raina: সময় ৰাইনাৰ বিপদ বাঢ়িছে, নোৱাৰিব গুজৰাটত শ্ব’ কৰিব, খং উঠিছে মানুহৰ !

শেহতীয়াকৈ ‘ইণ্ডিয়াজ গট লেটেণ্ট’ত ডাৰ্ক কমেডীৰ নামত কৰা অশ্লীল মন্তব্যক লৈ ক্ৰমাৎ বিতৰ্কৰ মাজতে সময় ৰাইনাই গুজৰাটত নিজৰ শ্ব’ বাতিল কৰিবলগীয়া হৈছে।(Samay Raina)

Ranveer Allahabadia: বিতৰ্কিত মন্তব্যৰ পিছতে ৰনবীৰ এলাহাবাদিয়াক লগ এৰা নাই বিপদে! হ্ৰাস পালে ইনষ্টাগ্ৰামত ফ’ল’ৱাৰ

আপত্তিজনক মন্তব্য কৰাৰ পিছত ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে ৰণবীৰ এলাহাবাদৰ বিপদ। একে সময়তে তেওঁৰ ইনষ্টাগ্ৰামত ফ’ল’ৱাৰৰ সংখ্যাও কমি আহিছে।(Ranveer Allahabadia)

Sanam Teri Kasam: ৯ বছৰৰ পিছত ছুপাৰহিট ‘চনম তেৰী কছম’ ৪ দিনত সংগ্ৰহ ৩০ কোটি !

৯ বছৰৰ পাছত পুনৰ মুক্তি পালে ‘চনম তেৰী কছম’ ছবিখনে। চাৰিদিনৰ ভিতৰতে এই চিনেমাখনে বহু উপাৰ্জন কৰিছে।(Sanam Teri Kasam)

Junaid Khan: ঘৰত আছে বহু বিলাসী গাড়ী, কিন্তু ছুপাৰষ্টাৰৰ সন্তানে অহাযোৱা কৰে অটোত; তেওঁ কাৰ সন্তান ?

আমিৰ খানৰ পুত্ৰ জুনাইদ খানে অতি সহজ আৰু সাধাৰণ জীৱন যাপন কৰে। তেওঁ ক’লে যে তেওঁ বেছিভাগেই অটো বা বাছেৰে যাত্ৰা কৰে।(Junaid Khan)

Teddy Day: আজি ‘টেডী ডে’, টেডি বিয়েৰৰ ৰঙৰ অৰ্থ জানি লওক

ভেলেণ্টাইন সপ্তাহৰ চতুৰ্থ দিনটো টেডি ডে' হিচাপে পালন কৰা হয়। বন্ধু-বান্ধৱী, প্ৰেমিক-ভাই-ভনী আনকি ওচৰ-চুবুৰীয়াৰ লগতো এই দিৱস পালন কৰিব পাৰে।(Teddy Day)

Popular