বিনোদন

Saif Ali Khan: ছেইফ আলী খানৰ ওপৰত হোৱা আক্ৰমণৰ সন্দৰ্ভত শ্বাহিদ কাপুৰৰ প্ৰতিক্ৰিয়া, ক’লে- যিকোনো মানুহৰ লগত হ’ব পাৰে…

ছেইফ আলী খানৰ ওপৰত হোৱা আক্ৰমণ সন্দৰ্ভত শ্বাহিদ কাপুৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।(Saif Ali Khan) আপোনালোকক কওঁ যে শ্বাহিদ কাপুৰ আৰু কৰীনা কাপুৰে একেলগে বহু ছবিত কাম কৰিছিল।

Monalisa: মহাকুম্ভৰ মনালিছা প্ৰৱেশ কৰিব বলীউডত! ডাঙৰ ছবিৰ অফাৰ লাভ; মুখ্য চৰিত্ৰত অভিনয় কৰিব মনালিছাই

প্ৰয়াগৰাজত চলি থকা মহা কুম্ভ মেলাৰ বহু ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, কুম্ভ মেলাত মালা বিক্ৰী কৰা মনালিছাই শেহতীয়াকৈ এখন ডাঙৰ ছবিৰ অফাৰ লাভ কৰিছে।(Monalisa)

Republic day । গণৰাজ্য দিৱস: ভাৰতৰ গণতন্ত্ৰৰ জয়ৰ দিন, ৰাজ্যত কোনে ক’ত পতাকা উত্তোলন কৰিব

Republic day । গণৰাজ্য দিৱস: ভাৰতৰ গণতন্ত্ৰৰ জয়ৰ দিন, ৰাজ্যত কোনে ক'ত পতাকা উত্তোলন কৰিব

Samantha Ruth Prabhu: কিয় তামিল ছবিত অভিনয় নকৰে সামান্থা ৰুথ প্ৰভুৱে?

সুন্দৰ অভিনয় আৰু অতুলনীয় সৌন্দৰ্য্যৰ বাবে সকলোৰে প্ৰিয় সামান্থা ৰুথ প্ৰভুৱে শেহতীয়াকৈ এক সাক্ষাৎকাৰত কয় যে তেওঁ আৰু কিয় তামিল ছবিত চহী কৰা নাই।(Samantha Ruth Prabhu)

Saif Ali Khan: ‘কৰীনা আৰু মই ১১ নং মহলাত আছিলোঁ…’ আক্ৰমণৰ নিশাৰ কাহিনী ক’লে অভিনেতাজনে

১৬ জানুৱাৰীৰ নিশা ছৈফ আলী খানৰ প্ৰকৃততে কি হৈছিল? এই সন্দৰ্ভত জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। ছৈফৰ আক্ৰমণক লৈও প্ৰশ্ন উত্থাপন হৈছে। কোনোৱে ইয়াক অভিনয় বুলি অভিহিত কৰিছে,(Saif Ali Khan) কোনোৱে এই আক্ৰমণক লৈ উদ্বেগ প্ৰকাশ কৰিছে। ছেইফ আলী খানে নিজেই এই আক্ৰমণৰ সমগ্ৰ কাহিনী আৰক্ষীক কৈছে।

Popular