বিনোদন

Kareena Kapoor: ঘৰ সলাব ছেইফৰ পৰিয়ালে! ভুৱা বাতৰি প্ৰচাৰৰ বাবে কৰীনাৰ খং

ছেইফৰ পৰিয়ালটো সাধগুৰু শৰণ বিল্ডিঙৰ পৰা ফৰ্চুন হাইটছলৈ স্থানান্তৰিত হ’ব পাৰে বুলি চৰ্চা চলিছে। কিন্তু এতিয়া এইবোৰ কথাত কৰীনা কাপুৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।(Kareena Kapoor)

Chris Martin: মুম্বাইত কনচাৰ্টৰ প্ৰথম দিনাই ‘জয় শ্ৰী ৰাম’ ধ্বনিৰে অনুৰাগীৰ হৃদয় জয় কৰে ক্ৰীছ মাৰ্টিনে

নিশা ৮ বজাৰ পৰা আৰম্ভ হোৱা কনচাৰ্টটো নিশা ১০ বজালৈকে চলিছিল।(Chris Martin) ষ্টেডিয়ামত বিপুল সমাগম, প্ৰায় ৪০ হাজাৰৰো অধিক লোকে এই অনুষ্ঠানৰ অংশগ্ৰহণ কৰে।

Box Office Collection: আজাদ নে ইমাৰ্জেন্সি, বক্স অফিচত কাৰ, কিমান উপাৰ্জন?

বৰ্তমান ২০২৫ বৰ্ষত দুখন ডাঙৰ ছবিয়ে বক্স অফিচ হিলাই আছে। দুয়োখন ছবিয়ে প্ৰথম দিনাই দৰ্শকৰ পৰা অতি ভাল সঁহাৰি লাভ কৰে।(Box Office Collection)

Saif Ali Khan: ছেইফ আলী খানক আক্ৰমণ কৰা অভিযুক্ত বিজয় দাসক গ্ৰেপ্তাৰ মুম্বাই ক্ৰাইম ব্ৰান্সৰ

ছইফ আলী খানক ছুৰিকাঘাত কৰা অভিযুক্তক গ্ৰেপ্তাৰ। বিজয় দাস নামৰ দুৰ্বৃত্তটোক গ্ৰেপ্তাৰ মুম্বাই ক্ৰাইম ব্ৰান্সৰ। বৰ্তমানলৈকে জানিব পৰা হোৱা নাই ছুৰিকাঘাতৰ কাৰণ।(Saif Ali Khan)

Celebrities Attacked: কেৱল ছেইফে নহয়, ছলমান খানৰ পৰা প্ৰীতি জিণ্টালৈকে এই ছুপাৰষ্টাৰসকল সন্মুখীন আক্ৰমণৰ!

বলীউডৰ অভিনেতা ছেইফ আলী খানৰ ঘৰত চুৰি কৰিবলৈ গৈ অচিনাকি লোকে তেওঁক দাৰে আক্ৰমণ কৰিছিল, যাৰ ফলত আঘাতপ্ৰাপ্ত হয় অভিনেতাগৰাকী।(Celebrities Attacked)

Popular