বিনোদন

Saif Ali Khan: ছেইফক আক্ৰমণ, ৩জনক আটক কৰি জেৰা অব্যাহত আৰক্ষীৰ

মুম্বাই আৰক্ষীয়ে ছেইফৰ ঘৰত কৰ্মৰত তিনিজন লোকক আটক কৰে। তিনিওজনকে থানালৈ লৈ গৈছে, বৰ্তমান তেওঁলোকক জেৰা অব্যাহত ৰখা হৈছে।(Saif Ali Khan)

Saif Ali Khan: বলীউডৰ অভিনেতা ছেইফ আলী খানক আক্ৰমণ! কৰীনাৰ অৱস্থা জানি লওক…

বলীউডৰ অভিনেতা ছেইফ আলী খানক আক্ৰমণ। ঘৰত প্ৰৱেশ কৰা চোৰে আক্ৰমণ কৰিলে বলীউডৰ অভিনেতাগৰাকীক। সম্প্ৰতি লীলাৱতী চিকিৎসালয়ত চিকিৎসাধীন ছেইফ আলী খান।(Saif Ali Khan)

Ajay Davgn: অভিনেতা অজয় দেৱগনলৈ জি ৰিয়েল হিৰ’চ এৱাৰ্ড ২০২৪

হিন্দী চলচ্চিত্ৰ জগতত আগবঢ়োৱা অনবদ্য অৱদান আৰু কামৰ বাবে বলীউডৰ ‘সিংহাম’ অজয় ​​দেৱগানক জি ৰিয়েল হিৰ'চ এৱাৰ্ড ২০২৪ত ‘বছৰৰ মেগা পাৰফৰ্মাৰ’ বঁটা প্ৰদান কৰা হয়।(Ajay Davgn)

World’s Richest Actress: ৬৬ হাজাৰ কোটি টকাৰ মালিক এইগৰাকী অভিনেত্ৰী, নাই এখনো হিট ছবি

৬৬ হাজাৰ কোটি টকাৰ মালিক এইগৰাকী সৌন্দৰ্য, বিশ্বৰ আটাইতকৈ ধনী অভিনেত্ৰী, কিন্তু এখনো হিট ছবি দিয়া নাই, ৫৯ বছৰ বয়সতো তেওঁৰ মুখত আছে পোহৰৰ বিকিৰণ।(World's Richest Actress)

Dhanashree Verma: যুজবেন্দ্ৰ চাহালৰ সৈতে বিবাহ বিচ্ছেদৰ খবৰৰ মাজতে ধনশ্ৰীৰ আৱেগিক পোষ্ট!

বিবাহ বিচ্ছেদৰ খবৰৰ মাজতে ধনশ্ৰী ভাৰ্মাই ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছে। এই পোষ্টটোত অভিনেত্ৰীগৰাকীয়ে নিজৰ যন্ত্ৰণাৰ কথা উল্লেখ কৰিছে। ইয়াৰ লগতে কোৱা হৈছিল যে যোৱা কেইদিনমান তেওঁৰ বাবে অতি কঠিন আছিল।(Dhanashree Verma)

Popular