বিনোদন

Baahubali 2: ৪৭ বছৰ বয়সত বিবাহপাশত আৱদ্ধ বাহুবলী-২ ছবিৰ এইজন অভিনেতা

বাহুবলী ২ৰ এই অভিনেতাগৰাকীয়ে ৪৭ বছৰ বয়সত বিবাহপাশত আৱদ্ধ হয়। ছ'চিয়েল মিডিয়াত ক্ৰমাৎ ভাইৰেল হৈ পৰিছে অভিনেতাগৰাকীৰ গোপন বিয়াৰ ফটো। য’ত তেওঁক পত্নীৰ সৈতে সাগৰৰ পাৰত ফটোৰ বাবে পোজ দিয়া দেখা গৈছে।(Baahubali 2)

Nagarjuna: বৰ পুত্ৰৰ বিয়া, সৰু পুত্ৰৰ এংগেজমেণ্ট; আনন্দত আত্মহাৰা শহুৰ দেউতাক নাগাৰ্জুন

দক্ষিণৰ চুপাৰষ্টাৰ নাগাৰ্জুনৰ ঘৰ সুখেৰে ভৰি পৰিছে। জ্যেষ্ঠ পুত্ৰ নগা চৈতন্যৰ বিয়াৰ পূৰ্বে তেওঁৰ কনিষ্ঠ পুত্ৰ অখিল আকিনেনীৰো এংগেজমেণ্ট হয়, শহুৰ দেউতাক নাগাৰ্জুনে নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত শ্বেয়াৰ কৰিছে তেওঁলোকৰ ফটো।(Nagarjuna)

Actress Amrita Gogoi:নগাঁও বাইপাছৰ ছানযুক্তি হোটেলৰ নিৰাপত্তাক লৈ সৰৱ অভিনেত্ৰী অমৃতা গগৈ

নগাঁও বাইপাছৰ(Nagaon Bypass) ছানযুক্তি নামৰ এখন হোটেলৰ(Sunyukti Hotel) নিৰাপত্তাৰ ফোপোলা দিশ উন্মোচন কৰি সামাজিক মাধ্যমত সৰৱ হৈ পৰিছে অভিনেত্ৰী অমৃতা গগৈয়ে(Actress Amrita Gogoi)।

Kangana Ranaut: আজি মোৰ ঘৰ ভাঙিল, কাইলৈ আপোনাৰ অহংকাৰ পতন হ’ব!

বিজেপি-শিৱসেনা (একনাথ শিণ্ডে)-এনচিপি (অজিত পাৱাৰ)ৰ মিত্ৰতা বিপুল ভোটেৰে জয়লাভ কৰে। উদ্ধৱ থাকৰেৰ পৰাজয়ৰ পিছত কংগনাৰ অনুৰাগীসকলে ২০২০ চনৰ এটা ঘটনাৰ কথা মনত পেলাইছে।(Kangana Ranaut)

A R Rahman-Saira Banu: এ আৰ ৰহমানৰ কিমান সম্পত্তি পাব ছাইৰা বানুৱে? অধিবক্তাই স্পষ্ট কৰিলে

বিচ্ছেদৰ পিছত তেওঁৰ পত্নীয়ে স্বামীৰ সম্পত্তিৰ ৫০ শতাংশ জীৱিকা হিচাপে লাভ কৰিব। সকলোৱে তেনেকৈয়ে ভাবে। কিন্তু আইনৰ মতে সেয়া হ'বনে?(A R Rahman-Saira Banu)

Popular