বিনোদন

Allu Arjun’s Diet: পুষ্পা ২ অভিনেতা আল্লু অৰ্জুনে কি খায়?

প্ৰতিদিনে ৪৫ মিনিট কাৰ্ডিঅ’, গ্ৰীল কৰা চিকেন ভাল পায় ‘পুষ্পা ২’ৰ তাৰকা আল্লু অৰ্জুনে।(Allu Arjun's Diet)

Aamir Khan: শীঘ্ৰেই একেখন পৰ্দাত দেখা যাব আমিৰ, ছলমান; শ্বাহৰুখক!

অতি সোনকালে একেখন পৰ্দাত দেখা যাব আমিৰ খান, ছলমান খান আৰু শ্বাহৰুখ খানক! অনুৰাগী অপেক্ষাৰে ৰৈ আছে।(Aamir Khan)

Pushpa 2: মুক্তিৰ চতুৰ্থ দিনতে বিশ্বজুৰি উপাৰ্জন ৮০০ কোটি ‘পুষ্পা ২’ৰ

‘পুষ্পা ২’ৰ উপাৰ্জন বৃদ্ধি দিনক দিনে বাঢ়ি গৈ আছে, চতুৰ্থ দিনতো অভিলেখ ভংগ কৰিলে ছবিখনে; বৰ্তমানলৈকে বিশ্বজুৰি ৮০০ কোটি টকাৰ পৰিসংখ্যা অতিক্ৰম কৰিলে ছবিখনে।(Pushpa 2)

Aishwarya Rai Abhishek Bachchan: বিচ্ছেদ হোৱা নাই ঐশ্বৰ্য-অভিষেকৰ! বিবাহ বিচ্ছেদৰ খবৰৰ মাজতে দুয়োকে দেখা গ’ল একেলগে

অভিষেক বচ্চন আৰু ঐশ্বৰ্য ৰায় বচ্চনৰ সম্পৰ্ক আৰু বিবাহ বিচ্ছেদৰ খবৰৰ বাবে দীৰ্ঘদিন ধৰি শিৰোনাম দখল কৰি আহিছে। ইফালে ছ’চিয়েল মিডিয়াত কিছুমান ছবি ভাইৰেল হৈ পৰিছে, যিয়ে তেওঁলোকৰ অনুৰাগীৰ হৃদয়ত কিছু সান্ত্বনা দিছে।(Aishwarya Rai Abhishek Bachchan)

Pushpa 2: এখন, দুখন নহয়; পাঁচখন ব্লকবাষ্টাৰ ছবিৰ অভিলেখ ভংগ কৰিলে ‘পুষ্পা ২’এ!

প্ৰথম দিনাই বিপুল পৰিমাণৰ ধন উপাৰ্জন কৰি দ্বিতীয় দিনা ইতিহাস ৰচনা কৰিলে ‘পুষ্পা ২’এ।(Pushpa 2)

Popular