প্ৰকৃতি

Asiatic Golden Cat: মানস ৰাষ্ট্ৰীয় উদ্যানত এটা দশকৰ মূৰত দেখা গ’ল বিৰল এছিয়াটিক সোণালী মেকুৰী

মানস ৰাষ্ট্ৰীয় উদ্যানত(Manas National Park) কেইবা দশকৰ মূৰত দেখা গ’ল বিৰল এছিয়াটিক সোণালী মেকুৰী(Asiatic Golden Cat)। এদশকৰো অধিক সময়ৰ পিছত এই বিৰল মেকুৰী প্ৰজাতিৰ প্ৰাণীবিধ দেখিবলৈ পোৱাত স্বাভাৱিকতে আনন্দিত হৈ পৰিছে প্ৰকৃতিপ্ৰেমীসকল।

Cyclone Dana: কালী পূজাৰ আগে আগে আহি আছে ডানা !

বতৰ বিজ্ঞান বিভাগে ঘূৰ্ণীবতাহ ডানাই(Cyclone Dana) আঘাত হানিব লগা কোনো নিৰ্দিষ্ট স্থান আৰু সময় অথবা ইয়াৰ তীব্ৰতাক লৈ এতিয়ালৈকে কোনো ঘোষণা কৰা নাই যদিও অৱশ্যে সোমবাৰৰ পৰা সাগৰলৈ যোৱা মাছমৰীয়াসকলৰ বাবে সতৰ্কবাণী জাৰি কৰিছে ।

Heavy Rains in Assam: অহা সপ্তাহত আহিব লগা ধাৰাসাৰ বৰষুণে শীত নমাব অসমত

আগন্তুক সপ্তাহত বংগোপ সাগৰত সৃষ্টি হব এক প্ৰচণ্ড ঘূৰ্ণী বতাহৰ। এই ঘূৰ্ণী বতাহৰ প্ৰভাৱতে অসমকে ধৰি দেশৰ কেইবাখনো ৰাজ্যত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা থকা বুলি বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে(Heavy Rains in Assam)।

Significance of Kati Bihu: জানো আহক কাতি বিহুৰ তাৎপৰ্য

বুৰঞ্জীয়ে ঢুকি নোপোৱা দিনৰে পৰা অসমীয়া লোক সমাজে পালন কৰি আহিছে কাতি বিহু । এই বিহুৰ সৈতে সাঙোৰ খাই আছে আমাৰ জাতীয় কৃষ্টি-সংস্কৃতিকে ধৰি বিভিন্ন পৰম্পৰা(Significance of Kati Bihu) ।

Earthquake in Assam : অসমত ভূমিকম্পৰ জোকাৰণি

গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰা অনুসৰি আজি পুৱা ৭ বাজি ৪৭ মিনিট ৩৩ ছেকেণ্ডত প্ৰায় ১৬ ছেকেণ্ড সময়ৰ বাবে অনুভূত হোৱা ভূমিকম্পটোৰ ৰিখটাৰ স্কেলত প্রাৱল্যৰ পৰিমাণ আছিল ৪.২ কম্পনাংক। (Guwahati) আনহাতে, ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল ওদালগুৰি জিলাৰ ১৫ কিলোমিটাৰ গভীৰতাত। অৱশ্যে মজলীয়া প্ৰাৱল্যৰ ভূমিকম্পটোৰ ফলত বৰ্তমানলৈ কতো ক্ষয় ক্ষতি হোৱাৰ বাতৰি অহা নাই।

Popular