Breaking

পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক ১০ বছৰৰ কাৰাদণ্ড

0 38

পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক ৰাজ্যিক গোপনীয়তা ফাদিল কৰাৰ অভিযোগত ১০ বছৰৰ কাৰাদণ্ড বিহা হৈছে।

চৰকাৰী কূটনৈতিক যোগাযোগৰ সবিশেষ প্ৰকাশ কৰি দেশৰ গোপন আইন উলংঘা কৰাৰ অভিযোগ খানৰ বিৰুদ্ধে।

এই গোচৰত ভাইচ চেয়াৰমেন শ্বাহ মাহমুদ কুৰেশ্বীকো ১০ বছৰৰ কাৰাদণ্ড বিহা হৈছে।

Leave A Reply