Expanding Assam’s Air Network: যোৰহাট, ডিব্ৰুগড়, উত্তৰ লখিমপুৰৰ পৰা পোনপোটীয়া বিমান উৰিব দিল্লীলৈ

অচিৰেই যোৰহাটৰ পৰা দিল্লীলৈ পোনপটীয়া বিমানসেৱা।(Expanding Assam’s Air Network)

ইণ্ডিগ’য়ে আৰম্ভ কৰিছে দিল্লী-যোৰহাটৰ পোনপটীয়া বিমান সেৱা।( IndiGo)



ডিব্ৰুগড় আৰু দিল্লীৰ মাজতো আৰম্ভ হ’ব নতুন বিমান সেৱা।


গুৱাহাটী-নবী মুম্বাইৰ মাজতো আৰম্ভ হ’ব বিমান সেৱা।


গুৱাহাটীৰ পৰা শিলচৰলৈও নতুন বিমান।


ইণ্ডিগ’ই আৰম্ভ কৰিব পোনপটীয়া বিমান সেৱা।

ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিগ’ৰ পোনপটীয়া বিমান সেৱা।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰে এই কথা।

Related Articles