May 24, 2022 ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লালুংগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা! থিতাতে নিহত এজন Share FacebookTwitterWhatsAppTelegramKooEmail ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লালুংগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা।খানাপাৰা অভিমুখি কণ্টেইনাৰ বাহনে মহটিয়াই নিলে স্কুটী আৰোহীক। স্কুটী আৰোহী জনৰ নাম মৃগাংক বৰ্মন।মৃগাংক বৰ্মনৰ ঘৰ-নলবাৰীৰ সনোৰাত।মৃগাংক বৰ্মনৰ বয়স ২৫ বছৰ। Author: দৈনন্দিন বাৰ্তা Related Articles অসমৰ বানপীড়িতলৈ ৮৪৩ কোটি টকাৰ আবণ্টন কেন্দ্ৰৰ দৈনন্দিন বাৰ্তা - October 13, 2026 মুকলি আকাশৰ তললৈ জুবিন গাৰ্গ হত্যাৰ গোচৰৰ অন্যতম অভিযুক্ত অমৃতপ্ৰভা দৈনন্দিন বাৰ্তা - October 13, 2026 জুবিন ক্ষেত্ৰত জুবিনৰ বন্ধু পাৰ্থ প্ৰতিম গোস্বামীৰ বিস্ফোৰক মন্তব্য, ‘জুবিনৰ মূল্য মাত্ৰ ৫০ হাজাৰ টকা নেকি?’ অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ প্ৰশ্ন… দৈনন্দিন বাৰ্তা - October 12, 2026