Breaking

ফটাশীল আমবাৰী গুৰুদ্বাৰ প্ৰাংগনত ফটাশিল গুৰুদ্বাৰ প্ৰবন্ধক কমিতি আৰু শ্বহিদ ভগত সিং ৱেলফেয়াৰ কমিটিৰ উদ্যোগত শ্বহিদ দিৱসৰ আয়োজন

0 101

বৃহস্পতি বাৰে গুৱাহাটী ফটাশীল আমবাৰী গুৰুদ্বাৰ প্ৰাংগনত ফটাশিল গুৰুদ্বাৰ প্ৰবন্ধক কমিতি আৰু শ্বহিদ ভগত সিং ৱেলফেয়াৰ কমিটিৰ উদ্যোগত আয়োজিত শ্বহিদ দিৱস। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ সংখ্যালঘূ উন্নয়ন বোৰ্ডৰ উপাধ্যক্ষ ৰাজবীৰ সিং ৷ অনুষ্ঠানৰ মাজতে শ্বহিদ ভগত সিং ৱিলফেয়াৰ ছচাইটিৰ কাৰ্যালয়ৰ উদ্বোধন কৰে উপাধ্যক্ষ ৰাজবীৰ সিঙে ৷ অনুষ্ঠানৰ আৰম্ভণিতে এক বিশাল বাইক ৰেলীও উলোৱা হয় ৷

অনুষ্ঠানত সমাজ সেৱক চৰ্দাৰ ৰভিন্দৰ সিং( বন্তি) ,ফেন্চী বজাৰ গুৰুদ্বাৰা প্ৰবন্ধক কমিটিৰ সন্মানীয় সভাপতি চৰ্দাৰ সুখবিন্দৰ সিং,মালিগাঁও গুৰুদ্বাৰা প্ৰবন্ধক কমিটিৰ সন্মানীয় উপসভাপতি চৰ্দাৰ মনমোহন সিং মাৰৱাহ৷উচ্চ ন্যালয়ৰ অধিবক্তা আৰু সন্মানীয়া আশাৰাণী চাংমাই,কামৰূপ জিলা বিজেপিৰ সন্মানীয় সাধাৰণ সম্পাদক বিজয় পাঠক ডাঙৰীয়া চৰ্দাৰ পিপি সিং সহ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

Leave A Reply