ধুবুৰী জিলাৰ চাপৰ আৰক্ষী থানাৰ অন্তৰ্গত ধীৰঘাট স্থিত মোবাৰক আলীৰ পুত্ৰ মুনুৰুদ্দিন নামৰ এজন যুৱকে পিতৃৰ অবাধ্য হৈ প্ৰায় দুবছৰ ধৰি ধাৰাবাহিক ভাবে অমানবিক কাৰ্য্যকলাপ সংঘটিত কৰি আহিছে, যাৰ ফলত পিতৃয়ে জনসমাজত মুখ দেখাব নোৱাৰি ক্ষমাৰ অযোগ্য পুত্রক যোৱা ১১ এপ্ৰিল ২০২২ ইং তাৰিখত বিলাসীপাৰা মহকুমাধিপতীৰ কাৰ্য্যলয়ত নোটাৰীৰ জৰিয়তে পুত্র মুনুৰুদ্দিনৰ সৈতে সকলো সম্পৰ্ক ছেদ কৰে।
লগতে স্থাবৰ-অস্থাবৰ সকলোবোৰ সম্পত্তিৰ পৰা খাৰিজ কৰি ত্যাজ্য পুত্র হিচাপে ঘোষণা কৰা বিষয়টো সাংবাদিকক জানিব দিয়ে ।

