দৈনন্দিন বার্তা গোষ্ঠী চিৰঞ্জীৱ হোৱাৰ লক্ষ্যৰে ঘৰে ঘৰে দৈনন্দিন বার্তা এক সংকল্প যাত্ৰা ৷

এই সংকল্প যাত্ৰাৰ অংশীদাৰ হোৱা দৰঙৰ এগৰাকী বিশেষ সমাজ সেৱক তথা অভিযন্তা ভৱেন বৰ্মনক ফুলাম
গামোচা, প্রশংসা-পত্র আৰু দৈনন্দিন বার্তা কাকত, দ্য আছাম ৰাইজিং, আলোকপ্রভঞ্জন কাকতৰ টোপোলা আৰু এখন সম্বর্ধনা পত্ৰৰে সম্বৰ্ধিত কৰা হয় ৷