June 23, 2023 নিমাতীৰ পৰা মাজুলী সংযোগী ফেৰী সমূহৰ চলাচল অনিৰ্দিষ্ট কালৰ বাবে বন্ধ… Share FacebookTwitterWhatsAppTelegramKooEmail মাজুলীত অনিৰ্দিষ্ট কালৰ বাবে বন্ধ কৰা হৈছে ফেৰী সেৱা। নিমাতীৰ পৰা মাজুলী সংযোগী ফেৰী সমূহৰ চলাচল অনিৰ্দিষ্ট কালৰ বাবে বন্ধ কৰি দিয়া হৈছে। এই সন্দৰ্ভত আভ্যন্তৰীণ জল পৰিবহণ বিভাগে এক নিৰ্দেশনাও জাৰি কৰিছে। Author: দৈনন্দিন বাৰ্তা Related Articles উৎসাহ-উল্লাসেৰে ৮১৮ প্ৰাৰ্থীৰ মনোনয়ন দাখিল দৈনন্দিন বাৰ্তা - March 24, 2026 যোৰহাটত কংগ্ৰেছৰ গৌৰৱ গগৈ-বিজেপিৰ হিতেন্দ্ৰ নাথ গোস্বামীৰ মাজত যুজ এখন হ’ব… দৈনন্দিন বাৰ্তা - March 20, 2026 BJP: বিজেপি দলৰ তালিকা DB NEWSৰ হাততঃ বিজেপিৰ ৫ গৰাকী বিধায়কৰ টিকট কৰ্তন দৈনন্দিন বাৰ্তা - March 18, 2026