October 12, 2020 মাজুলীত ফেৰীৰ দুৰ্ঘটনা Share FacebookTwitterWhatsAppTelegramKooEmail মাজুলী : মাজুলীৰ অফলা-নিমাতী ফেৰীত দু্ৰ্ঘটনা। ফেৰীৰ পৰা নৈত পৰিল যাত্ৰী। অফলামুখ ঘাটৰ পৰা নিমাতীলৈ ফেৰীখনে লৈ গৈছিল অত্যাধিক যাত্ৰী। পুৱা ৮ বজাত এই দু্ৰ্ঘটনা সংঘটিত হয় । সবিশেষ ক্ষয় ক্ষতিৰ তথ্য বৰ্তমানেও লাভ কৰিবলৈ সক্ষম হোৱা নাই। Author: দৈনন্দিন বাৰ্তা Related Articles নলবাৰী সদৰ থানাৰ সম্মুখত উত্তেজনা: কংগ্ৰেছ প্ৰাৰ্থী অশোক কুমাৰ শৰ্মা সহ ১১ জন জামিনত মুকলি । দৈনন্দিন বাৰ্তা - March 10, 2026 Jayanta Khaund: দিল্লীলৈ গৈ কংগ্ৰেছত যোগদান অগপ নেতা জয়ন্ত খাউণ্ডৰ দৈনন্দিন বাৰ্তা - March 10, 2026 Assam Rajya Sabha: বিনা প্ৰতিদ্বন্দ্বিতাৰে ৰাজ্যসভালৈ যোগেন মহন, তেৰছ গোৱালা আৰু প্ৰমোদ বড়ো দৈনন্দিন বাৰ্তা - March 10, 2026