অৱশেষত ফটাশিল আমবাৰীৰ পৰা ট্ৰেংকুলাইজড কৰা হ’ল নাহৰফুটুকীটো…

অৱশেষত ট্ৰেংকুলাইজড কৰা হ’ল নাহৰফুটুকীটো ৷ ফটাশিল আমবাৰীৰ শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ পৰিসমাপ্তি ৷

বন বিভাগৰ দলে ট্ৰেংকুলাইজড কৰে নাহৰফুটুকীটোক ৷

নাহৰফুটুকীৰ আক্ৰমণত আহত হৈছিল বনকৰ্মী, চিকিৎসক আৰু এজন ব্যক্তি৷ জি এছ কলনীৰ এটা বাসগৃহত সোমাইছিল নাহৰফুটুকীটো৷

Related Articles