ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ সংবাদ বিভাগৰ সদস্যসকলৰ সৈতে বিত্ত মন্তী অজন্তা নেওগ

আজি ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ সংবাদ বিভাগৰ সদস্যসকলৰ সৈতে বিত্ত মন্তী অজন্তা নেওগ এখন বৈঠকত মিলিত হৈ সৰ্বসাধাৰণ ৰাইজৰ মঙ্গলৰ অৰ্থে আমাৰ চৰকাৰে গ্ৰহণ কৰা বিভিন্ন উন্নয়নমূলক পদক্ষেপৰ বিষয়ে সকলোকে অৱগত কৰে।

উক্ত সভাত মন্ত্ৰী শ্ৰী পিয়ুষ হাজৰিকা ডাঙৰীয়া, বিধায়ক শ্ৰী ৰামকৃষ্ণ ঘোষ, বিত্ত অৰ্থনীতি বিভাগৰ সঞ্চালক শ্ৰী হেমন্ত কুমাৰ দেউৰী, ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ অৰ্থনৈতিক কোষৰ আহ্বায়ক আৰু মেডিয়া পেনেলিষ্টৰ লগতে অন্যান্যসকল উপস্থিত থাকে।

Related Articles