অভয়াপুৰী থানাত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এজাহাৰ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ বঙাইগাঁও শাখাৰ…

অভয়াপুৰী থানাত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এজাহাৰ। অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ বঙাইগাঁও শাখাই দাখিল কৰে এজাহাৰ।

মুখ্যমন্ত্ৰীৰ মিঞা বিতৰ্কক লৈ সৰৱ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ। গুৱাহাটীৰ পৰা মিঞা চাফা কৰি দিম বুলি মুখ্যমন্ত্ৰীয়ে দিয়া মন্তব্যৰ বিৰোধিতা সংগঠনটোৰ।

মুখ্যমন্ত্ৰীৰ মন্তব্যই সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰিব বুলি মন্তব্য।

Related Articles