Breaking

অসম লোকসেৱা আয়োগৰ পৰীক্ষাত ১৫ নং স্থানত উত্তীৰ্ণ হ’ল ৰঙিয়াৰ ফিৰদৌছৰ ৰহমান…

0 394

অসম লোকসেৱা আয়োগৰ পৰীক্ষাত ১৫ নং স্থানত উত্তীৰ্ণ হ’ল ৰঙিয়াৰ ফিৰদৌছৰ ৰহমান ।সমূহ ৰঙিয়াবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছে তেওঁ । ৰঙিয়া কলেজৰ পৰা প্ৰাণী বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰিছিল তাৰপিছত সৰু সৰু ছাত্ৰ-ছাত্ৰীক টিউচন কৰি নিজৰ খৰছ উলিয়াই অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছিল ।

তেনেকৈ অশেষ কষ্টৰ ফলত ৰঙিয়াৰ ফিৰদৌছৰ ৰহমানে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ সক্ষম হয় । ডিবি নিউজৰ তৰফৰ পৰা ফিৰদৌছৰ ৰহমানলৈ শুভেচ্ছা জ্ঞাপন।

Leave A Reply