নাজিৰাৰ বিহুবৰৰ ৰঙাজানত অগ্নিকাণ্ড

নাজিৰাৰ বিহুবৰৰ ৰঙাজানত ভয়ংকৰ অগ্নিকাণ্ড। জুইত সম্পূর্ণৰূপে জাহ গল দুটাকৈ পৰিয়ালৰ বাসগৃহ। শোভান আলী আৰু চিৰাজুদ্দিন আহমেদ নামৰ ব্যক্তি দুগৰাকীৰ ঘৰ সম্পূর্ণৰূপে জুইত ভষ্মীভূত হোৱাৰ উপৰি আব্দুল হুছেইন নামৰ ব্যক্তিজনৰ ঘৰতো অগ্নিয়ে ক্ষতিসাধন কৰে ।

আজি বিয়লি সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড।

Related Articles