ৰেলনগৰী লামডিঙৰ কালীবাড়ি ৰোডৰ আঞ্চলিক বন বিষয়াৰ কাৰ্য্যালৰ প্ৰাঙ্গত জাবৰত জুই লগাৰ ফলত তাত থকা বৈদ্যুতিক ট্ৰান্সফৰৰ্মাটো সেই জুইত জাহ যায় ।স্থানীয় ৰাইজ আৰু আৰক্ষীৰ ভাষ্য অনুসৰি কোনে জাৱৰত জুই লগাইছিল কোনোও দেখা নাই ৷ লামডিং আৰক্ষীৰ প্ৰকৃত তদন্তৰ পিছতহে ঘটনাৰ সুএ পোহৰলৈ আহিব ৷

