Breaking

মহাৰাষ্ট্ৰৰ আহমদনগৰত ভয়ংকৰ অগ্নিকাণ্ড

0 2,018

মহাৰাষ্ট্ৰৰ আহমদনগৰস্থিত শনিবাৰে এখন চিকিৎসালয়ত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড । অগ্নিকাণ্ডৰ ফলত মৃত্যু হৈছে ১০ গৰাকী ৰোগীৰ । চিকিৎসালয় খনত চিকিৎসা গ্ৰহণ কৰি থকা ১০ গৰাকী কভিড আক্ৰান্তৰ মৃত্যু ঘটিছে । গুৰুতৰ ভাৱে আহত হৈছে ৬ গৰাকী ৰোগী । অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই ।

Leave A Reply