Breaking

জম্মু-কাশ্মীৰত ভাৰত-পাক LoCত গুলীচালনাৰ ঘটনা…

0 43

বৃহস্পতিবাৰে জম্মু-কাশ্মীৰত ভাৰত-পাক LoCত গুলীচালনাৰ ঘটনা সংঘটিত হৈছিল।

নিশা প্ৰায় ৮ বজাত সীমান্ত সুৰক্ষা বাহিনীৰ ভাৰতীয় চকীত পাকিস্তানী সৈন্যই গুলীচালনা কৰিছিল।

আৰ্নিয়া ছেক্টৰ BSF কেম্পলৈ লক্ষ্য কৰি গুলীচালনা।

গুলীচালনাত আহত সেনাৰ দুই জোৱানসহ ৫জন লোক।

ক্ষতি হয় বহু কেইটা বাসগৃহ।

বহুকেইজন সাধাৰণ নাগৰিকো আঘাতপ্ৰাপ্ত।

ভাৰতীয় সৈন্যই পাকিস্তানৰ পৰা হোৱা গুলীচালনাপ যথাযথ প্ৰত্যুত্তৰ দিয়ে বুলি বি এছ এফৰ বিষয়াসকলে জনায়।

Leave A Reply