Breaking

প্ৰচণ্ড ঘূৰ্ণিবতাহৰ ফলত ৫জন লোকৰ মৃত্য়ু…

0 42

তামিলনাডুত ঘূৰ্ণিবতাহ মিচাঙৰ ব্যাপক প্ৰভাৱ।

ঘূৰ্ণিৰ প্ৰভাৱত চেন্নাইত প্ৰচণ্ড ধুমুহা-বৰষুণ।

এই পৰ্যন্ত মিচাঙে প্ৰাণ লৈছে ৫জন লোকৰ।

ৰাজ্যখনৰ স্কুল, কাৰ্যালয় সকলো বন্ধ ঘোষণা প্ৰশাসনৰ।

বৰ্তমান বে অফ বেংগলৰ ওপৰত থকা এই ধুমুহা অন্ধ্ৰ প্ৰদেশৰ উপকূলৰ ফালে যোৱাৰ সম্ভাৱনা আছে।

Leave A Reply