December 2, 2021 দ’ পুখুৰীত আৱদ্ধ পাঁচটা বনৰীয়া হাতী Share FacebookTwitterWhatsAppTelegramKooEmail গোৱালপাৰাৰ লখিপুৰত বুধবাৰে নিশা দূৰ্ভাগ্যক্ৰমে পোৱালীৰ সৈতে পাঁচটা বনৰীয়া হাতী দ’ পুখুৰীত পৰে। ঘটনাস্থলীত উপস্থিত হয় বন বিভাগ। কিন্তু এতিয়াও হাতীকেইটা উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই বন বিভাগ । Author: দৈনন্দিন বাৰ্তা Related Articles ৰাষ্ট্ৰীয় হস্তশিল্প সপ্তাহৰ শুভ উদ্বোধন । National Handicraft Week 2025: দৈনন্দিন বাৰ্তা - December 8, 2025 চিকিৎসকৰ নিষেধাজ্ঞাৰ পাছতো সাগৰত শ্বুটিং কিয়? ‘ৰৈ ৰৈ বিনালে’ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য । Himanta Biswa Sarma দৈনন্দিন বাৰ্তা - December 8, 2025 Surnandan Bharati: কলকাতাত সুৰৰ মহামঞ্চত অসমৰ জয়যাত্ৰাঃ সুৰনন্দন ভাৰতীত ৪১ গৰাকী শিল্পীক সন্মান দৈনন্দিন বাৰ্তা - December 7, 2025